আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 24, 2021

আজিৰ ৰাশিফল : Horoscope Today

           

Horoscope Today

  ৭শাওণ, শনিবাৰ ,ইং ২৪জুলাই,২০২১।  ( Horoscope Today )


১. *মেষ ৰাশি* - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সন্মান লাভ হব,যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে ভ্ৰমণত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি -* বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত খেলুৱৈ সকলৰ শুভ হব, আজি বিবাদ নিস্পত্তিৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়

৩. *মিথুন ৰাশি*  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ আগমন হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও সজাগ নহলে মনত সামান্য বিষণ্ণ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি* - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, বন্ধু লাভ হব যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ*  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি সকলো দিশতে সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি* - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব, ৰোগাৰোগ্য হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সমস্যাৰ সমাধান হব,  কৰ্মত সফল হব, লগতে আজি শত্ৰুৰ পৰাজয়  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, ৰোগাৰোগ্য হব যদিও সজাগ নহলে আজি সামান্য মনৰ আশা ভংগ  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ভ্ৰমণত শুভ হব, কৰ্মত সন্মান লাভ হব, লগতে ধনাগমন  বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে সামান্য গৃহ অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি* - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন  বৃদ্ধি হব, সন্মান লাভ হব, যদিও সজাগ নহলে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি* - মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন আগমন বাঢ়িব, মনত শান্তি বাঢ়িব, লগতে আজি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা  যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages