আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 20, 2021

আজিৰ ৰাশিফল : Horoscope Today

         

Horoscope Today

  ৩শাওণ, মঙ্গলবাৰ ,ইং ২০ জুলাই,২০২১।  ( Horoscope Today )


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ 
দিনটোত কৰ্মৰ পৰিবৰ্তন হব পাৰে, যদিও সজাগ নহলে মনত আনন্দ কমিব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ হব যদিও সজাগ নহলে সামান্য বন্ধু তথা আত্মীয়ৰ লগত মনোমালিন্য বা বিশ্চেদ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, কৰ্মত যশস্যা লাভ হব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সজাগ নহলে প্ৰতাৰণা সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰৰ ৰোগ আৰোগ্য হব যদিও কৰ্মত সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত মনত আজি উদাৰতা ভাৱ বাঢ়িব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে কৰ্মত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত যশস্যা লাভ হব , যদিও সজাগ নহলে প্ৰেমত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, সমস্যাৰ সমাধান হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগা দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ধন সন্মান লাভ হব, মনত আনন্দ বাঢ়িব যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, কৰ্মত সফল হব, যদিও আজি মনত সামান্য দাম্ভীক বা অহংকাৰী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, মনৰ আশা পুৰণ হব যদিও কৰ্মত সজাগ নহলে কৰ্মত সামান্য জতিলতাৰ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, যদিও সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে সময়ৰ অপব্যয়  হোৱাৰ যোগ দেখা  যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages