আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 2, 2021

আজিৰ ৰাশিফল : Horoscope Today

Horoscope in Assamese

 

 ১৭আহাৰ ,শুক্ৰবাৰ ,ইং ২জুলাই,,২০২১।  ( Horoscope Today )

Horoscope Today
মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, মনত আনন্দ বাঢ়িব, কৰ্মত আত্মবিশ্বাস বাঢ়িব, লগতে শুভ সংবাদ লাভ  হোৱাৰ   যোগ দেখা যায়।

  

Horoscope Today
বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় ক্ষয় হব পাৰে, লগতে সজাগ নহলে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।



Horoscope Today
মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, পদৰ্য্যদা লাভ হব যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


Horoscope Today

Horoscope Today
কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যোগাযোগ সুযোগ লাভ কৰিব যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।



Horoscope Today
সিংহ

৫. সিংহ ৰাশি : সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, ধন লাভ হব, যদিও কৰ্মত সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সমস্যাৰ সমাধান হব, প্ৰেমত শুভ হব, লগতে বন্ধু লাভ  হোৱাৰ  যোগ দেখা যায়।

Horoscope Today


Horoscope Today
তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটো ধন সন্মান লাভ হব, সম্পদ বৃদ্ধি হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 



Horoscope Today
বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ বাঢ়িব পাৰে, কৰ্মত সামান্য জতিলতা আহিব পাৰে লগতে আজি কৰ্মত শাৰীৰিক কষ্ট বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


Horoscope Today
ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত সন্তানৰ সুখ বৃদ্ধি হব, ধন আগমন বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

Horoscope Today


Horoscope Today
মকৰ

১০.  মকৰ ৰাশি  -  মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, যদিও কৰ্মত সজাগ নহলে শত্ৰু ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


Horoscope Today
কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও দেহ মনত সামান্য কষ্ট পাৱ পাৰে লগতে কৰ্মত সজাগ নহলে  সামান্য মিচা অপৱাদ  পোৱাৰ যোগ দেখা যায়।


Horoscope Today
মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, কৰ্মত সুনাম বাঢ়িব যদিও কৰ্মত সাহস কম হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages