আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 17, 2021

আজিৰ ৰাশিফল : Horoscope Today

        


  ৩২ আহাৰ, শনিবাৰ ,ইং ১৭ জুলাই,২০২১।  ( Horoscope Today )

 
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ঘৰত আনন্দ বৃদ্ধি হব, যদিও সজাগ নহলে আজি সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, উত্তম ভোজন লাভ হব যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিলাসিতা বাঢ়িব, প্ৰেমত শুভ হব, লগতে সামাজিক কৰ্মত প্ৰতিস্থা লাভ  হোৱাৰ যোগ দেখা যায়।  

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতাৰ মাজেৰে সফল হব, লগতে শিল্পী সকলৰ শুভ  হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, কৰ্মত সাহস বাঢ়িব, যদিও আজি মনত সামান্য খংঙ অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব যদিও আজি ঋণ গ্ৰহণ কৰোতে সাৱধান হব লগতে কৰ্মত সজাগ নহলে আনৰ নিন্দনীয় হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব , মাতৃৰ মৰম লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত  এলাহ ভাৱ  বা কৰ্মৰ প্ৰতি অনিশ্চাৰ     ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব যদিও সজাগ নহলে তেওঁলোকৰ আজি মনৰ আশা ভংগ হব পাৰে লগতে আজি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাৱ হব।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত উন্নতি হব, যদিও সজাগ নহলে কৰ্ম ক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মন লাভ হব, বন্ধু লাভ হব, যদিও কৰ্মক্ষেত্ৰ সজাগ নহলে আজি কৰ্মত নিৰাশাৰ  ভাৱ   বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু  কৰ্মত শুভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি দিনটোত চোৰৰ পৰা সাৱধান হোৱাটো ভাল ।



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages