আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 15, 2021

আজিৰ ৰাশিফল : Horoscope Today

Horoscope in Assamese

 

  ৩০ আহাৰ, বৃহস্পতিবাৰ ,ইং ১৫ জুলাই,২০২১।  ( Horoscope Today )

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  সাহিত্য সেৱাত মনোনিবেশ হব, কৰ্মত সফল হব,লগতে কৰ্মত যশস্যা লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  চোৰৰ পৰা সাৱধান হব, সজাগ নহলে ঘৰত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে, লগতে মননটো সামান্য বিষন্নতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰকৃতিৰ প্ৰতি প্ৰেম ভাৱ বাঢ়িব, লগতে জীৱ জন্তুৰ প্ৰতি মৰম ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট  হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ হব, যদিও মনটো সামান্য অস্থিৰতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সামাজিক কৰ্মত জৰিয়ত হোৱাৰ সুযোগ লাভ হব, যদিও  কৰ্মত সজাগ নহলে সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সন্মান লাভ হব, সম্পদ বৃদ্ধি হব, লগতে শত্ৰ নাশ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত সন্তানৰ পৰা সুখ লাভ হব, কৰ্মত যশস্যা লাভ হব যদিও  কৰ্মত ক্ষেত্ৰত আজি সজাগ  হোৱাটো  ভাল হব। 

১০. মকৰ ৰাশি  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব, মনটো সামান্য চঞ্চল হব পাৰে, লগতে কৰ্মত সজাগ হোৱাটো ভাল হব। 

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  কৰ্মত সুযোগ লাভ কৰিব, কৰ্মত আনৰ মৰম লাভ হব,যদিও সজাগ নহলে কৰ্মত সামান্য গুৰুত্ব কম  হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, লগতে ধন সন্মান লাভ  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages