আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 10, 2021

আজিৰ ৰাশিফল : Horoscope Today

Horoscope in Assamese

 

 ২৫আহাৰ, শনিবাৰ ,ইং ১০ জুলাই,২০২১।  ( Horoscope Today )

Horoscope Today
মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ ৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে লগতে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

  

Horoscope Today
বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, কৰ্মত শুভ হব, ভ্ৰমণৰ সুযোগ লাভ হব, লগতে আজি বিবাদ নিস্পত্তি  হোৱাৰ যোগ দেখা যায়।



Horoscope Today
মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মৰম লাভ হব, শিল্পী সকলৰ শুভ হব, লগতে অৰ্থ আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


Horoscope Today

Horoscope Today
কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পদ বাঢ়িব, ৰোগাৰোগ্য হব, আলহীৰ আগমন হব, যদিও কৰ্মত  সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।



Horoscope Today
সিংহ

৫. সিংহ ৰাশি :. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত  কৰ্মত সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।

Horoscope Today


Horoscope Today
তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ধন সন্মান লাভ হব, বন্ধু লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।  



Horoscope Today
বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে মনত আশা ভংগ হোৱাৰ যোগ দেখা যায়।


Horoscope Today
ধনু

৯. ধনু ৰাশি -  ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ধন সন্মান লাভ হব, ভ্ৰমণৰ সুযোগ লাভ হব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

Horoscope Today


Horoscope Today
মকৰ

১০.  মকৰ ৰাশি  -  মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, লগতে কৰ্মত নতুন যোগাযোগৰ সুযোগ লাভ হোৱাৰ  যোগ দেখা যায়।


Horoscope Today
কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  কৰ্মত সফল হব, শত্ৰু জয় হব, লগতে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


Horoscope Today
মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, বিদ্যাৰ্থী সকলৰ শুভ হব, লগতে ধন সন্মান লাভ   হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages