- গাভৰু অৱস্থাতে স্বামীক হেৰাই বিয়াকুল হৈ পৰিছো ।
ৰাধিকা ৰ মাকে ভাগৱতী ক কৈছিল ।( Assamese Storyboard )
- উপায় নাই বুজিছে । গাভৰু অৱস্থাতে যিবিলাক নাৰীৰ হেৰুৱাই মই তেখেত সকলৰ প্ৰ্তিটো বিপদত থিয় দিওঁ ।
- সচাই আপুনি এজন ভাল ব্যক্তি ।
- ভাল নে বেয়া নাজানো । কিন্তু তেনেকুৱা নাৰী এজনী ক ছাৰ দৰে থাকিবলৈ এজন পুৰুষৰ প্ৰয়োজন দিয়কচোন ।
- আপুনি ভালকৈ বুজি পাইছে ।
-হয়, আপোনাক কথা এষাৰ সুধিব বিচাৰোঁ ।
- নিশ্চয় সুধিব পাৰে ।
- কাৰোবাক সহায় কৰাৰ বিনিময়ত যদি মই তেওঁৰ লগত গোপন অভাসাৰত লিপ্ত হৈ সেয়া মোৰ ভুল নেকি কওক ?
- নহয় নহয় , তেওঁ ৰ যিহেতু স্বামী নাই তেওঁ আপোনাক বিচাৰিব পাৰে ।
কথাবোৰ মিলি গৈছে । ৰাধিকা ৰ মাকে বিচৰা টো হ'ব । ভাগৱতীৰ যৌৱন চাগে চাতি ফুটি মৰিছে । ভাগৱতীৰ মনটো ও ভাল লাগিল । বহু দিনৰ মূৰত এজনী ভোকাতুৰ ধুনীয়া মহিলা লগ পাইছে । এই সুযোগ হেৰুৱাব নোৱাৰে । যিহেতু মানুহ জনীয়ে ও সহাৰি জনাই গৈছে এয়াই সুযোগ ।
- আপোনাৰ প্ৰতিটো বিপদত আপুনি মোক পাব ।
- সচাই !
- উম সচাই ।
- মই আপোনাক মনে প্ৰাণে বিচাৰিছোঁ । আজি আপোনাক দেখাৰ লগে লগে মোৰ কি হল নাজানো মোৰ আপোনাক পাবলৈ মন গৈছে ।
ভাগৱতীয়ে এয়া কি শুনিছে । যি কথা নিজে কব বুলি ভাবিছিল সেই কথা মানুহ জনীয়ে কৈ পেলালে ।
- নিশ্চয় , আপুনি যেতিয়া বিচাৰে মই তেতিয়াই আছোঁ ।
- তেন্তে কাইলৈ সন্ধিয়া আপুনি মোৰ ঘৰত আহক । এসাজ ভাত খাৱ , কথা পাতিম । চিন্তা কৰিব নালাগে মই এতিয়া অকলে থাকোঁ ।
- নিশ্চয় মই যাম কাইলৈ ।
- তেন্তে এতিয়া ফোন ৰাখোঁ ?
- ৰব , অকনমান সময় ।
- ঠিক আছে কওক ।
- আপোনাৰ নামটো সোধা হোৱা নাই ।
- মোৰ নাম ৰূপালী দত্ত ।
- বাহ সুন্দৰ নাম । ৰূপালীৰ ৰূপৰ অন্ত নাই কিন্তু ।
ৰাধিকা ৰ মাকে হাহি এটা মাৰি কৈছিল ।
- ছি কি যে কয় নহয় ।
- আপোনাৰ হাহিটো ভাল লাগে ।
- ধন্যবাদ ।
- যদি বেয়া নাপায় আপোনাক এতিয়া এবাৰ চাব খোজোঁ ।
- কিন্তু এতিয়া !
- উম ভিডিঅ' কলত ।
- অহ , ঠিক আছে কৰক । কিন্তু ,,,,
- কিন্তু কি মিছেছ দত্ত ?
- মোৰ কাপোৰ অসংযত হৈ আছে ।
কও বুলি কৈছিল ৰাধিকা ৰ মাকে ।
- বুজি পাইছোঁ । একো নহয় মই হে দেখিম আপোনাক । বেলেগ কোনেও নেদেখে নহয় ।
- হ'ব তেন্তে ভিডিঅ'" কল কৰক ।
এয়া কোন দিশে গতি কৰিলে বাৰু ! দুটাকৈ হত্যাকাণ্ড ! অপৰাধী চিনাক্ত হোৱা নাই । কিন্তু এই ৰাতি দুৰ্ভগীয়া ৰাধিকা ৰ মাহী মাক পুলিচ অফিচাৰ ৰ লগত প্ৰেমত মগ্ন ।
- ওৱাহ মিছেছ দত্ত , আপোনাৰ সুন্দৰ দেহটো দেখি মই বলিয়া হৈ গৈছো ।
- মই আপোনাৰ পাহোৱাল বুকু খন দেখি শিহৰিত হৈছোঁ ।
- আপোনাৰ নাইটিৰ ভাজে ভাজে স্পষ্ট হৈছে আপোনাৰ গহ্বৰৰ প্ৰতিচ্ছবি ।
- প্লীজ ভাগৱতী মোক উত্তেজিত নকৰিৱ ।
- আপোনাক সচাই পাবলৈ মন গৈছে মিছেছ দত্ত ।
- সেই কাৰনে আপোনাক কাইলৈ মাতিছো ।
- মই যাম মিছেছ দত্ত । মই যাম ।
নিয়ৰ চিন্তাত পৰিছে । কি কৰিব সি ! এটাৰ পাছত এটা ভুল কৰিবলৈ সি আৰম্ভ কৰিছে কিয় ! কাবেৰীয়ে কোৱা ৰ দৰে ঠিক আছে সি নিৰপৰাধী কিন্তু অপৰাধী ! তাৰ মাকৰ চিতাৰ শপত ! ৰাধিকা ৰ সেন্দুৰৰ শপত ! এইবোৰ ৰ মূল্য নাইকীয়া কৰিলে নেকি সি ! সি স্বাৰ্থপৰ হ'ল নেকি ! কিন্তু অফিচাৰ ভাগৱতী কেনে প্ৰকৃতিৰ মানুহ সি বুজি উঠিছিল । সি ভাগৱতী ক পইচা নিদিয়া হ'লে তাক হয়টো কালিয়ে জেইলত পঠাই দিলে হেঁতেন । কিন্তু এতিয়া সি কৰিব ,যদি কাবেৰী য়ে !সি কাবেৰী লৈ ফোন লগালে ।
- হেল্ল'
- কাবেৰী
- তুমি কিয় ফোন কৰিছা ?
- হাৰে কাবেৰী তুমি মোক বিশ্বাস কৰা ।
- কি বিশ্বাস কৰিব লাগে মই ?
- মই হত্যাকাৰী নহয় ।
- কি প্ৰমান আছে তোমাৰ লগত ?
- প্ৰমান !
- কিন্তু তুমি যে হত্যাকাৰী হয় , সেই প্ৰমান মোৰ ওচৰত আছে ।
- তোমাৰ ওচৰত !
- হয় , তুমি অফিচাৰ ভাগৱতী ক ঘোচ দি প্ৰমান কৰিব বিচাৰিছিলা যে তুমি হত্যাকাৰী নহয় ।
- হাৰে সেইকাৰণে মই ঘোচ দিয়া নাই কাবেৰী ।
- তুমি পাহৰি নাযাবা মিষ্টাৰ নিয়ৰ কাকতি । মই এজনী অধিবক্তা হয় । তোমাক মই বহুত বিশ্বাস কৰিছিলোঁ । স্কুলীয়া দিনৰ পৰা তোমাক মই ভালপায় আহিছিলো । সেই কাৰণে তোমাক মই বিচাৰি ফুৰিছিলো । তুমি কাৰোবাক ভাল পাইছিলা তথাপি তোমাক মই মানি ল'ব বিচাৰি আছিলোঁ । কিন্তু আজি তোমাৰ সচা চৰিত্ৰ বোৰ জনাৰ পাছত তোমালৈ মোৰ ঘৃনা লাগিছে । বাই
কাবেৰী য়ে ফোনটো ৰখাৰ পাছত নিয়ৰে ওৱাল খনত এটা প্ৰচণ্ড ঘোচা মাৰিলে ।
সন্ধিয়া নিজৰ কৰ্তব্য সামৰি ভাগৱতীয়ে ৰূপালী দত্তৰ ঘৰ ওলালে । আজি ভাগৱতীৰ মনটো ত বেছি স্ফুৰ্তি লাগিলে । কাৰন আজি এজনী ধুনীয়া মহিলাৰ ৰাতিৰ সংগী হ'ব ভাগৱতী । ইয়াতকৈ আনন্দ কি হ'ব পাৰে । ইতিমধ্যে নিজৰ পদুলি মুখত ভাগৱতীৰ বাবে অপেক্ষা কৰি আছিলে মিছেছ ৰূপালী দত্ত । এটা সময়ত ভাগৱতী আহি পালে । ৰূপালী দত্ত ই স-সন্মানেৰে আলহী ভাগৱতী ক নিজৰ কোঠালৈ আদৰি নিলে ।( Assamese Storyboard )
-বাহ বৰ ধুনীয়া কৈ সজাইছে ঘৰ খন ।
- সচাই নে ?
- উম সচা । আপুনি যিমান ধুনীয়া ! ৰুমটো সিমান ধুনীয়া কৈ ৰাখিছে ।
- হয়নে !
- উম , মিছেছ দত্ত আপুনি দ্ৰিংকচ কৰে নে ?
- কেতিয়াবা , কেতিয়াবা ।
- আজি কিন্তু মোৰ লগত কৰিব লাগিব ।
- উম হ'ব ।
- এবাৰ ওচৰলৈ আহক ।
- কিয় !
- আপুনি আকৌ প্ৰশ্ন কৰিছে !
মিচিকিয়া হাহি মাৰি ৰূপালী দত্ত ভাগৱতীৰ ওচৰ চাপি গৈছিল । ভাগৱতী অজান পুলকিত হৈছিল । ভাগৱতীয়ে লাহেকৈ ৰূপালী দত্তৰ হাত খন নিজৰ দুহাটৰ মাজত লৈছিল । ৰূপালীৰ চকু জুৰি লৈ চাইছিল । ভাগৱতী য়ে দেখিছিল ৰূপালীৰ চকু জুৰিত কামনাৰ জুই একুৰা পৰিস্ফুত হৈছিল । লগতে তাইৰ হাহিটো য়ে এক ইংগিত বহন কৰি গৈছিল ।
- বৰ কোমল , বৰ লাহি আপোনাৰ হাত খন ।
- মোৰ লাজ লাগিছে ।
- আপোনাক লাজ কৰিলে ধুনীয়া লাগে ।
- মিছেছ দত্ত এতিয়া আমি দ্ৰিংকচ কৰোঁ নেকি ?
- উম ঠিক আছে ।
লাহে লাহে ধৰিত্ৰীৰ বুকুত নিশাৰ সময় বাঢ়ি গৈছিল । নিস্তব্ধ হৈ পৰিছিল পৃথিৱী খন । দূৰণিৰ পৰা ভাহি আহিছিল কুকুৰৰ চিঞৰ । লাহে লাহে মানুহ বোৰ শুই পৰিছিল নিদ্ৰা দেৱীৰ কোলাত । দিনটোৰ ভাগৰৰ শেষত এয়া এক জিৰণি । কিন্তু সেই সময়তে আজি ভাগৱতী আৰু ৰূপালী দত্ত সুৰাৰ ৰাগীত মাতাল ।
- ভাগৱতী বলক !
- কলৈ মিছেছ দত্ত ?
- বিছনা লৈ ।
এয়া যেন এক সুবিধাবাদ ৰ অন্য ৰূপ । এয়া এক স্বাৰ্থ আদায়ৰ সুৱৰ্ণ সুযোগ । এয়া যেন এক বলিয়া যৌৱনৰ মাতাল যুদ্ধ । ভাগৱতীৰ বুকুৰ মাজত ৰূপালী দত্ত ।
- আপোনাৰ পত্নীলৈ মনত পৰা নাই ?
- নাই পৰা । আপোনাৰ দৰে ধুনীয়া মানুহ জনী বুকুৰ মাজত থাকিলে পত্নীলৈ মনত পৰিব নোৱাৰে ।
- আপুনি মোক সদায় বিচাৰিব নে ?
- সদায় মিছেছ দত্ত ।
লাহে লাহে বাঢ়ি গৈছিল দুটি দেহৰ উত্তেজনা । মুহূৰ্ত্ততে বিবস্ৰ হৈছিল পৰস্ৰী আৰু পৰ পুৰুষ । কামনাৰ বলিয়া উষ্ণতা ত ঘৰ্মাক্ত হৈছিল সিহঁত । ইজনে সিজনৰ ওপৰত জপিয়াই পৰিছিল ।
কিন্তু আজি সেইখন ঘৰতে এটা আত্মাই ধৰফৰাই মৰিছে । ন্যায় নোপোৱা ৰাধিকাৰ আত্মাই আজি উচুপি উঠিছে । এজনী নিষ্ঠুৰ হৃদয়ৰ অভিনেত্ৰী মাতৃৰ যৌৱনে দলিয়াই পেলালে ৰাধিকা ৰ স্মৃতি । উলংগ হৈ নাছিছে সেইজনী নিদাৰুন মাতৃ । নিজৰ সুখৰ বাবে সৰ্বস্ব উজাৰি দিছে নিষ্ঠুৰ মাতৃয়ে ।
ভাগৱতীয়ে যেন জীৱনৰ আজি প্ৰকৃত সুখত আনন্দিত হৈছে । ৰূপালী দত্ত ই এজন সুঠাম পুৰুষ ক সকলো এৰি দিছে ।
- মিছেছ দত্ত !
- উম !
- আপুনি সদায় মোৰ হৈ থাকিবনে ?
- উম ! মই সদায় আপোনাৰ হৈ থাকিম ।
মিছেছ দত্তই ভাগৱতী ৰ গালত এটা চুম্বন দিলে । নিশাৰ বুকুত দুটা ভাগৰুৱা শৰীৰ একাত্ম হৈ শুই পৰিল ।
ৰাতিপুৱা মিছেছ দত্ত ই বুকুত শুভ্ৰ তাৱেল খন বান্ধি ভাগৱতী থকা কোঠালৈ সোমায় আহিল । ইতিমধ্যে ভাগৱতী থানা লৈ যাৱলৈ সাজু হৈছিল । ভাগৱতীয়ে ৰূপালীক তেনে ৰূপত দেখাৰ পাছত চকু ঘূৰাৱ নোৱাৰা হ'ল । বাহ কি অপূৰ্ব এই ৰূপ । তিতা চুলি তাৰী মেলি থৈছিল । বুকুৰ ওফন্দা কিছু অংশ জিলিকি আছিল । ভাগৱতীৰ চকুত পৰিছিল ৰূপালীৰ বগা ডাঙৰ উৰুৰ অংশ । এতিয়া ও ৰূপালীক আঠাইছ ত্ৰিছ বছৰীয়া ছোৱালী জনী ৰ দৰে লাগে ।
- কি চাই আছে ইমানকৈ ?
- আপোনাক চাইছো ।
ভাগৱতী য়ে ৰূপালীৰ ওচৰলৈ গ'ল । আৰু এবাৰ মৰমত আলিংগন কৰিলে । চুমাৰে উপচাই দিলে তাইৰ গাল । মূহুৰ্ততে ভাগৱতীৰ নাকত লাগিছিল ৰূপালী ৰ মেঘালী চুলি ৰ সুগন্ধী । আস ! কি অপূৰ্ব ।
- মই এতিয়া যাও ।
- উম , সন্ধিয়া লৈ মই অপেক্ষা কৰিম ।
- উম ।
- বাই ।
ভাগৱতী বহুত সুখী । ৰূপালী ৰ দৰে মানুহ এজনী এতিয়া তাৰ সম্ভোগৰ সামগ্ৰী । এতিয়া যেন প্ৰতিটো দিন ভাগৱতী ৰ কাৰনে বিশেষ দিন হব । কি মৰম লগা ৰূপালীৰ শৰীৰ । তেনেতে ভাগৱতীৰ মোবাইল ত এটা মেচেজ অহা শব্দ । ভাগৱতীয়ে হোৱাটচ আপত গৈ মেতেজটো খুলিলে । আৰু লগে লগে ভাগৱতীয়ে গাড়ী খন জোৰত ব্ৰেগ মাৰিলে ।
- এয়া কি ! Oh my god .
ক্ৰমশঃ © ৰাগ ৰঞ্জন
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment