স্মশানৰ জ্বলন্ত মৃতদেহ ভক্ষণ কৰা লৰাজন : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

স্মশানৰ জ্বলন্ত মৃতদেহ ভক্ষণ কৰা লৰাজন : Assamese Storyboard

Assamese Storyboard

আজি কিছু দিনৰ আগৰ কথা, আমাৰ ঘৰৰ ওচৰৰ এজন ল'ৰা আছিল আৰু সি পঢ়াই শুনাই বহুত ভাল আছিল। সিহঁতৰ তিন জন ককাই ভাই আৰু এজনীয়ে মাথোঁ ভনীয়েক আছিল ( Assamese Storyboard )। দুই নম্বৰ ল'ৰা জন বহুত ভাল আছিল, যিজনৰ কথা আজি কবলৈ ওলাইছো।তেওঁ অলপ দিনৰ আগতে হঠাতে কিবা ভূল বকিবলৈ লৈছিল, অকলে বহি কাৰোবাৰ লগত কথা পতা দি পাতি থাকে। মাজে মাজে চিঞৰি উঠিছিল আঁতৰ হ,যা যা আৰু মাজে -মাজে কিন্দিছিল।এনেবোৰ স্বভাবৰ বাবেই গাঁৱৰ মানুহে তাক পাগল বুলি কৈছিল।


লাহে লাহে যিমানেই দিন পাৰ হৈ গৈছিল তাৰো এনে স্বভাব বেছি হ'বলৈ ধৰিছিল। অলপ দিন ডক্টৰ লাগালে কিন্তু কোনো সুফল পোৱা নগল। এদিন গাঁওত এজন মানুহ মৰিছিল,গাঁওৰ মানুহে মৰা মানুহ জনৰ মৃতদেহটোক চিতা দি অহাৰ পাছত লৰাজন স্মশনালৈ গৈ জ্বলি থকা আঙুঠাৰ পৰা মৃতদেহটোৰ হাড় আনি বহি লৈ কতক -কতককৈ খাই আছিল ।তাৰ পাছত তাৰ পৰা গৈ গাঁওৰ নামঘৰৰ মনিকূতত সুমাই লৈ সকলো লন্দ-ভন্দ কৰা দেখি গাঁওৰ মানুহে লৰাটোক ধৰি বহুত মাৰ পিত কৰিলে ।তাৰ পাছত ঘৰৰ মানুহে ধৰি বান্ধি ঘৰলৈ লৈ আনিলে ।কন্তু ঘৰতো মুক্ত ভাবে ৰাখিবলৈ তান হৈ পৰাত ,লৰাটোৰ হাতে ভৰিত ৰচি লগাই বিছনাতে বান্ধি থৈ দিছিল ।সি চিঞৰি আছিল, ঐ মুক এৰি দে, মই চচানলৈ যাওঁ ।যিহেতু কিছু দিনৰ পূৰ্বে, চচানৰ মৃতদেহ খাবলৈ লওতে চচানৰ জুইয়ে তেওঁৰ দুয়োখন হাত পুৰি পেলাইছিল । ঘৰৰ মানুহে বহুত চেষ্টা কৰিলে ভাল কৰিবলৈ কিন্তু নোৱাৰিলে।( Assamese Storyboard )


বিভিন্ন জনৰ কথা মতে তেওঁলোকে বেজক মাতিলে, বেজে ক'লে- বহুত দেৰি হৈ গ'ল।এতিয়া আৰু নোৱাৰিম, আপোনালোকৰ ঘৰ খনত প্ৰেতাত্মাই থিতাপি ললে। আৰু এটা কঠা আপোনালোকৰ ঘৰ এৰি এইটো বস্তু আৰু কেতিয়াও নাযায়।হয়টো কিবা এটা ডাঙৰ বেয়া হ'বলৈ আছে।এই কথা কৈ বেজে বিদায় ললে।

লৰা জনৰ ঘৰৰ মানুহৰ এটা নিয়ম আছিল তেওঁ লোকে বেজ জ্ঞানি,ভূট প্ৰেটত বিশ্বাস নকৰিছিল।অৱশেষত এজন চফল ডেকাই  বহু কষ্ট খায় বান্ধি থোৱা ঠাইতে মৃত্যুক সাৱতি ল'লে।তাৰ অলপ দিনৰ পাছত মৃত লৰাজনৰ একমাত্ৰ ভনীয়ক জনীৰো সেই একেই অৱস্থা হল। তাইক কিন্তু বেজ লগাই অলপ ভাল কৰিলে যদিও সম্পূৰ্ণ সুস্থ নহল। তাই এতিয়া মানুহক নামাতে, এচুকত বহি জুপুকা লাগি থাকে , মাজে -মাজে হাঁহে মাজে কান্দে অকলে অকলে কথা পাতে।প্ৰয় দহটা বছৰ পাৰ হল কিন্তু আজিও তাই আছে সেই একে ৰুপতে।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages