এজনী ধুনীয়া ছোৱালী আৰু এটা কুৎচিত লৰাৰ হৃদয়স্পৰ্শী প্ৰেম কাহিনী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 7, 2021

এজনী ধুনীয়া ছোৱালী আৰু এটা কুৎচিত লৰাৰ হৃদয়স্পৰ্শী প্ৰেম কাহিনী : Assamese Storyboard

Assamese Storyboard

এদিন এজনী ছোৱালীৰ Facebook ত এজন লৰাৰ

Friend request আহে ।ছোৱালীজনীয়ে লৰাটোৰ

ফটো দেখীয়ে Friend request cancel কৰি দিয়ে ।

কিয়নো লৰাটোৰ ফটো খন ছোৱালীজনীৰ পচন্দ

নহল ।( Assamese Storyboard )

কিন্ত লৰাটোৱে বাৰে বাৰে ছোৱালীজনীলৈ Friend

request পঠাই থাকে আৰু

ছোৱালীজনীয়ে বাৰে বাৰে তাৰ request cancel

কৰি থাকে । এদিন ছোৱালীজনীয়ে খংটে তাক add

কৰি লয় ।

লৰাটোক add কৰা পাছত লৰাটোৱে ছোৱালীজনীক

সদায় পুৱা গধূলী good morning,good

evening,good nt, কি খৱৰ

এনেদৰে সময়ে সময়ে তাইক msg কৰিৱলৈ ললে ।

ছোৱালীজনীয়ে সদায় ignor কৰি গল ।


এনেদৰেই বহু

দিন গল। লাহে লাহে ছোৱালীজনীয়ে তাৰ মেছেজৰ

reply কৰিৱলৈ ধৰিলে আৰু এনেদৰেই দুয়ো ভাল বন্ধু

হৈ পৰিল ।

সি জাহাজত কাম কৰে ।বন্ধত এবাৰ

সি ঘৰলৈ আহিছিল ।যোৱাৰ

আগতে ছোৱালীজনীলৈ ফোন কৰিলে আৰু কলে যে,

সি তাইক বহু ভাল পাই কিন্ত ছোৱালীজনীয়ে তাৰ

কথা শুনি চুপ হৈ গল আৰু কলে যে মই তোমাক

মাথো like হে কৰো । তোমাক কেতিয়াওঁ ভালপোৱাৰ

কথা ভৱা নাই মই । যদি কেতিয়াবা তোমাক ভাল

পেৱাৰ ভাৱ জাগ্ৰত হয় অথবা তুমি যোৱাৰ পাছত

তোমাক মই মিছ কৰো তেন্তে তোমাক জনাম ।

সম্পূণ একমাহ পাৰ হল কিন্ত তাৰ কোনো ধৰণৰ

cll , msg নাহিল । ছোৱালীজনীৰ তালৈ মনত পৰিব

ধৰিলে । তাৰ প্ৰতিটো কথা,তাৰ মেছেজ আৰু তাইৰ

প্ৰতি থকা তাৰ সকলো ধৰণৰ চিন্ত ভাৱনাই তাইক

বহু আমনি কৰিব ধৰিলে । এইদৰেই দিন পাৰ

হৈ যাবলৈ ধৰিলে ।তাৰ মেছেজ,তাৰ এক ফোনৰ

কাৰণে তাই অপেক্ষা কৰিবলৈ ধৰিলে কিন্ত তাৰ

কোনো খৱৰ নাপালে ।তাৰ মোবাইল নম্বৰ চুইছ অফ

আহিৱলৈ ধৰিলে,ফেচবুকত মেছেজ কৰি তাই পাগলৰ

দৰে হৈ গল কিন্ত তাৰ কোনো ধৰনৰ reply নাহিল ।

অধিৰভাবে তাই তাৰ

বাবে অপেক্ষা কৰৰিবলৈ ধৰিলে আৰু মনতে তাই

থিৰাং কৰি ললে যে এইবাৰ তাৰ ফোন মেচেজ

আহিলেই তাক ভাল পাওঁ বুলি কব ।( Assamese Storyboard )

এনেদৰে ভাবি থাকোতেই এদিন অসমৰ বাহিৰৰ

পৰা এটা ফোন আহা দেখী তাই বুজি পালে যে এই

ফোন নিশ্চয় তাৰ । ফোনটো উঠাওতেই সিফালৰ

পৰা এটা লৰা কন্ঠই তাইক সুধিলে আপুনি বাৰু

হিয়া নেকী ?

মই ৰাজৰ বন্ধু এজনে কৈ আছিলো জাহাজৰ চিৰিত

পিচল খাই সি বহু আঘাত পাইছিল আৰু আজি ৩ দিনৰ

আগতেই তাৰ মৃত্যু হৈছে ।

সি আপোনাক নিজতকৈয়ো অধিক ভাল পাইছিল কিন্ত

এতিয়া সেইবোৰ কৈ কি লাভ আপুনিটো তাক

কেতিয়াওঁ ভালেই পোৱা নাছিল ।সি সদায় আপুনাৰ

কথা কৈ আছিল আঘাত প্ৰাপ্ত দিন

কেইতাটো মাথো আপোনাৰ নামকেই লৈ আছিল আৰু

কৈছিল তাই জীৱনত এদিন হলেওঁ মোক miss কৰিব

মই জানো তাই মোক বহু ভাল পাই অ বহু ভাল

পাই...................আপুনি সদায় সুখত থাকিব,তাক

এটা বেয়া সপোন বুলি পাহৰাই পেলাব............

এইটোৱেই তাৰ শেষৰটো ইচ্ছা আছিল ।



কথাবোৰ শুণি ছোৱালীজনীয়ে একো কব

নোৱাৰিলে মাথো দুচকুৰে বৈ আহা চকুলো টুকিলে ।

সেইকাৰণে বন্ধুবৰ্গ ভালপোৱা মানুহজনক মনৰ

কথা কৱলৈ তিলমাত্ৰাওঁ দেৰী নকৰিবা ।কাৰণ কোন

কেতিয়া হেৰাই যায় কব নোৱাৰি কিয়নো জীৱন

দুদিনীয়া ।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

:


No comments:

Post a Comment

Advertisement

Pages