চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৬ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 30, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৬ ): Assamese Storyboard

Assamese Storyboard

তাৰ পাছত ছোৱালীজনীৰ ধ্যান ভংগ হ'ল। তাই পদুমৰ দৰে চকু জোৰ খুলি চালে  আৰু তাই একো খং কৰা নাছিল। তাই সিহঁতক বহিবলৈ ইংগিত দিলে

( Assamese Storyboard )

। তাৰ পাছত আকৌ চকু মুদি ধ্যান কৰিবলৈ ধৰিলে। সিহঁতি বহি থাকিল ।সিহঁতি ছোৱালীজনীলে অকনো ভয় কৰা নাছিল আৰু তাইক দেখি সিহঁতি সেই পাথৰটো কথাও পাহৰি গ'ল। 

অলপ পাছতেই সন্যাষীজনৰ  মাত শুনা গ'ল ,এইজনীয়ে চন্দালিকা তাইৰ মায়া জালত নফচিবা তোমালোক। এইবোৰ সকলো মায়াজাল তাই নিজৰ ৰূপ ধাৰণ কৰি তোমালোকক মাৰি পেলাব। সোনকালেই পাথৰটো লৈ ওপৰলৈ আহা। মই প্ৰতিজ্ঞা কৰি থৈছোঁ । সেই কাৰণে মই যাব নোৱাৰোঁ। নহবা এতিয়াই তাইৰ মায়াজাল নাইকীয়া কৰি তোমালোকক দেখুৱাই দিলোঁ হেঁতেন তাইৰ আচল ৰূপ।

( Assamese Storyboard )


নীলৰ কৰ্তব্য কথা মনত পৰিল আৰু সি উঠি গৈ ইফালে সিফালে সোণৰ বাকচতো বিচাৰিবলৈ ধৰিলে। তাৰ পাছত ছোৱালীজনীৰ ধ্যান শেষ হ'ল আৰু তাই নিজৰ ফুলৰ মালা ডালৰ পৰা এফাপ ফুল চিঙি চিৰিবোৰৰ ফালে দলিয়াই দিলে। লগা লগ সন্যাক্ষীজনৰ চিঞৰ শুনা গ'ল আৰু তাৰ পাছত তাই নীলৰ ফালে চালে আৰু তাক বশ কৰি পেলালে।

সি চুপ চাপ আহি লগৰ কেইজনৰ লগত বহি থাকিল। তাৰ পাছত তাই মৰমেৰে চোৱা দৰে চাই ক'লে,বন্ধুহতঁ! মোৰ নাম চন্দালিকা।দেৱী মাৰ কৃপাত তোমালোক ইয়াত ভালে কুশলে বঢ়ি আছাঁ। আজি পূৰ্ণিমা ৰাতি আৰু আজি বহুত কিবাকিবি হ'ব পাৰে।এই ভয়ানক ৰাতিৰ ৰহস্য মই তোমালোকক কম যদি তোমালোকে শুনিব বিচাৰা।
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages