জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 30, 2021

জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope

 

Assamese Horoscope

১৩শাওণ, শুক্ৰবাৰ ,ইং ৩০জুলাই,২০২১।  ( Assamese Horoscope )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মব্যস্তা বাঢ়িব, উত্তম ভোজন লাভ হব, যদিও সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, সাহিত্য সেৱাত মনোনিবেশ হব, যদিও সজাগ নহল মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, ধন সন্মান লাভ হব যদিও সজাগ নহলে সামান্য মনৰ আশা ভংগ  হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ ,শিল্পী সকলৰ শুভ হব, লগতে ধন আৰু সন্মান লাভ  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ*(ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, কৰ্মত শুভ হব, লগতে সন্মান লাভ  হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*(প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও সজাগ নহলে সামান্য মিছা অপৱাদ পাৱ পাৰে , লগতে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, ব্যৱসায় দিশত উন্নতি হব, লগতে ভ্ৰমণত শুভ   হোৱাৰ যোগ দেখা যায়।( Assamese Horoscope )

৮. *বৃশ্চিক ৰাশি*(ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, আত্মীয়ৰ আগমন হব , লগতে বন্ধু লাভ হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*(ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত ন্যায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে দেহ মনত সামান্য আঘাট  পোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*(খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে , লগতে জতিলতাৰ মাজেৰে কৰ্ম বোৰ সমাপন হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত আনৰ সহায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে মনৰ সামান্য উৎসাহ হ্ৰাস  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, কৰ্মত সফল হব, যদিও আজি সজাগ নহলে  আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা  যায়।




"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Assamese Horoscope

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Assamese Horoscope )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages