জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 29, 2021

জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope

 

Assamese Horoscope

১২শাওণ, বৃহস্পতিবাৰ ,ইং ২৯জুলাই,২০২১।  ( Assamese Horoscope )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ধন সম্পদ লাভ হব পাৰে, সন্মান বাঢ়িব, লগতে কৰ্মত সামান্য পৰিৱৰ্তন    হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, যদিও আৰ্থিক দিশত সামান্য জতিলতা আহিব পাৰে লগতে সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আলহীৰ আগমন হব, কৰ্মত নতুনকৈ যোগাযোগ সুযোগ লাভ কৰিব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, লগতে কৰ্মত দ্বায়িত্ব বাঢ়িব যদিও সামান্য জতিলতা সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ*(ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, ভ্ৰমণত সফল হব, যদিও সামান্য আজি ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*(প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, মনত সামান্য হতাশাৰ ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়। ( Assamese Horoscope )

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শত্ৰু নাশ হব, ঘৰুৱা দিশত উন্নতি হব, যদিও আজি শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি*(ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ যোগাযোগ হব পাৰে, কৰ্মত সফল হব, লগতে আজি বন্ধু  লাভ  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*(ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত বিদ্যাৰ্থী সকলৰ আজি বিদ্যা আহৰণত সফল হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে লগতে আজি  কৰ্মত সামান্য বুদ্ধি হ্ৰাস  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*(খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান বৃদ্ধি হব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি সকলো দিশতে সজাগ নহলে মনত আশা ভংগ হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত শান্তি বাঢ়িব, মনত আনন্দ বাঢ়িব যদিও আজি সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, শত্ৰু নাশ হব , যদিও আজি সজাগ নহলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা  যায়।




"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Assamese Horoscope

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Assamese Horoscope )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages