জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 31, 2021

জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope

 

Assamese Horoscope

১৪শাওণ, শনিবাৰ ,ইং ৩১জুলাই,২০২১।  ( Assamese Horoscope )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে মনত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি বন্ধু বান্ধৰ লগত সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, সামাজিক সন্মান বাঢ়িব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট  হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি সকলো দিশতে সজাগ হোৱাটো ভাল হব। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত সামান্য জতিলতা বাঢ়িব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি  আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সন্মান লাভ হব, শুভ সংবাদ লাভ হব, লগতে আজি আপুনি সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।( Assamese Horoscope )

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সুখ বৃদ্ধি হব, কৰ্মত বন্ধুৰ সহায় লাভ হব, লগতে উত্তম ভোজন লাভ  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, আলহীৰ আগমন হব পাৰে, লগতে আজি সন্মান বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত সামান্য জতিলতাৰ মাজেৰে কামবোৰ সমাপন  হব, লগতে মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিৱৰ্তন আহিব পাৰে, লগতে কৰ্মত সামান্য জতিলতা আহিব পাৰে লগতে আজি সজাগ নহলে আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত শান্তি বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব , লগতে আজি আপুনি জ্ঞান আহৰণৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান সম্পত্তি লাভ হব, যদিও আজি সজাগ নহলে সামান্য ব্যয়ও বাঢ়িব, লগতে আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Assamese Horoscope

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Assamese Horoscope )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ৱেবচাইটত আজি দুটাকৈ গল্প আৰু জ্যোতিষশাস্ত্ৰৰ কথা  প্ৰকাশৰ সময়সূচী : উল্লেখিত সময়মতে এইসমূহ পঢ়িবলৈ গুগুলত চাৰ্ছ কৰিব- smj24.in

Religious Studies



আমাৰ ৱেবচাইটত আজিৰ ধাৰাবাহিক প্ৰকাশৰ সময়সূচী : সময়মতে ধাৰাবাহিক সমূহ উপভোগ কৰিবলৈ গুগুলত চাৰ্ছ কৰিব- smj24.in
Religious Studies




No comments:

Post a Comment

Advertisement

Pages