যিকোনো চাবোন ব্যৱহাৰ কৰাৰ আগতে এই সমূহ জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 27, 2021

যিকোনো চাবোন ব্যৱহাৰ কৰাৰ আগতে এই সমূহ জানি লওক : Assamese Health Tips

Assamese Health Tips

 চাবোনৰ তিনি বিধ কেটেগৰী থাকে ।  


Bath soap ( গা ধোঁৱা)

Toilet soap  ( শৌচ কৰি হাত ধোৱা )

carbolic soap .( জন্তুক ধুৱাই দিয়া ) 


এই তিনিবিধক  বুজিবলৈ চৰকাৰৰ এটা  নিৰ্দেশ  থাকে , যিটো কোম্পানী বিলাকে মানুহক দেখুৱাই লিখিব লাগে ।   (Assamese Health Tips)


সেইটো হল  TFM  ( total fatty matter ) 


ইয়াৰ অৰ্থ হল চাবোনত কিমান খিনি প্ৰাকৃতিক তেল আছে ।। 


যদি এডোখৰ চাবনোত 80% আছে তেন্তে ই গা ধুৱাৰ বাবে উপযোগী । 


70% ওপৰত  গা ধোঁৱা চাবোন বনোৱা হয়  ।


70% -50%   শৌচ কৰি হাত ধোঁৱা চাবোন আৰু 50%  ৰ তলত TFM  যদি থাকে তেন্তে  সেই চাবোন হল  carbolic বা জন্তুৰ গা ধোঁৱা চাবোন।।। 


Lifeboy চাবোন হল পৃথিৱীৰ আটাইতকৈ বেয়া, জন্তুৰ গা ধোঁৱা চাবোন । 


যত মাত্ৰ 30% TFM বা কেতিয়াবা তাতকৈ ও কম থাকে ।।


এতিয়া আপোনাক কি দেখাব ,  Lifeboy hai jaha tandurasti hai waha ...


এনেকৈ কব যে আপুনি এই চাবোন লগালে ভাত , গাখীৰ একো খোৱাৰ দৰকাৰ নাই । কাৰণ শক্তি lifebouy ৰ পৰা আহিব । (Assamese Health Tips)


99% kitanu ko dho dalta hai .


অৰ্থাৎ 99%  বীজানুক অকল ধুৱে , কিন্তু মাৰি নেপেলায় ।  যদি আমাক ধুই শক্তিশালী কৰে তেন্তে বীজাণু বিলাককো ধুই নিশ্চয় শক্তিশালী কৰিব ।।। 


এই কথাটো মাদ্ৰাজ high court ত ওলাইছিল । এজন চৰাইছিছ হোৱা মানুহে গোচৰ দিছিল । 


তেতিয়া HUL অধিকাৰীয়ে কোৰ্টত আহি কৈছিল যে আমি তো টিভিত clearly কৈছো যে 99% বীজানুক আমি ধুই হে দিয়ো ।


আৰু লগতে কৈছো যে lifebouy যত শক্তি ও তাতেই । এতিয়া আপুনি গা ধুৱাৰ আগতে বীজাণু বিলাকে গা ধুই শক্তি বঢ়াই লয় ।


আমাৰ শৰীৰে বাহিৰৰ ৰদ বতাহ আদিৰ পৰা আমাৰ ছালখন বচাবলৈ এবিধ তেল প্ৰস্তুত কৰি ছালত এৰি দিয়ে । এই  তেল বিধ লাইফবয় ব্যৱহাৰ কৰিলে ওলাই যায় । 


যদি গা ধুৱাৰ অলপ পাছত নখেৰে ছালত ঘঁহি দিয়ে , তেন্তে বগা দাগ পৰে । ইয়াৰ কাৰণ এইটোৱেও ।


এই চাবোন ব্যৱহাৰ কৰিলে ছালৰ ৰোগ চৰাইছিছ , একজিমাঁ , খৰ , খজুৱতি আদি হোৱাটো স্বাভাৱিক । 


যোৱা 15 বছৰে মই চাবোন ব্যৱহাৰ কৰা নাই । মূলতানি মাটি নাইবা বেচন হালধীৰে গা ধুও ।।

গৰম কি ঠাণ্ডা কি , কোনোদিনে ছালৰ কোনো ৰোগ নহয় । 


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। (Assamese Health Tips)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages