যেতিয়া এজনী ছোৱালীৰ বিয়া ঠিক হয় তেতিয়া সেই ছোৱালীজনীৰ মনত ভয় লাগি থাকে যে তেওঁৰ হবলগা স্বামীয়ে তেওঁক মৰম কৰিব নে নকৰে( Assamese Fact )। তাই স্বামীৰ মনত বিশেষ স্থান বনাব পাৰিব নে নোৱাৰে এই লৈ চিন্তা হয়। যিদৰে মানুহৰ ৰাশিয়ে বিবাহিত জীৱনৰ বহুতো ৰহস্য ব্যক্ত কৰে সেইদৰে নামৰ প্ৰথম আখৰটোৰ দ্বাৰা গম পাব পাৰি যে বিবাহিত জীৱন কেনে হব আৰু স্বামীয়ে মৰম কৰিব নে নকৰে ।
এইকেইটা আখৰৰ ছোৱালীবোৰে নিজৰ স্বামীৰ আদৰৰ হৈ থাকে-
১/ "B" আখৰৰ ছোৱালীবোৰ পঢ়াত দুৰ্বল যদিও অফিচ আৰু ঘৰৰ কাম চম্ভালাত বহুত চোকা। এইসকল ছোৱালীয়ে স্বামীক বহুত মৰম কৰে। স্বামীয়েও তেওঁলোকক বহুত মৰম দিয়ে।
২/ "D" আখৰৰ ছোৱালীবোৰে পৰিয়াল তথা স্বামীৰ মৰম বহুত পায় । ইহঁত বহুত মুকলি মনৰ তথাপিও তেওঁলোকে বহুত মৰম পায় আৰু নিজৰ ওপৰত স্বামীৰ বিশ্বাস কেতিয়াও হেৰাই যাব নিদিয়ে।( Assamese Fact )
৩/ "L" আখৰৰ ছোৱালীবোৰ বহুত ফুৰ্তিত থাকে আৰু তেওঁলোকৰ অন্তৰ বহুত কোমল। আৰু তেওঁলোকে স্বামীৰ লগত কেতিয়াও বিশ্বাসঘাত নকৰে আৰু জোখতকৈ বেছি তেওঁলোকক মৰম দিয়ে। এইবাবেই তেওঁৰ স্বামীয়ে তেওঁক হেৰুৱাব নোখোজে।
৪/ "N" আখৰৰ ছোৱালীবোৰ বহুত ফুৰ্তিবাজ হয় আৰু কোনো ধৰণৰ অহংকাৰ নাথাকে। এওঁলোক একেবাৰেই টেঙৰ নহয়। তেওঁলোকে নিজৰ স্বামীক প্ৰতিটো সুখ দিব বিচাৰে। আৰু তেওঁলোকে সদায় স্বামীৰ অন্তৰত ৰাজ কৰে।
৫/ "R" আখৰৰ ছোৱালীবোৰে নিজৰ জীৱনত বহুত কিবা পাব বিচাৰে কিন্তু পৰিস্থিতি সাপেক্ষে তেওঁলোকৰ কিছুমান ইচ্ছাহে পূৰণ হয়। কিন্তু এওঁলোকে স্বামীৰ অন্তৰত সদায় ৰাজ কৰে।
৬/ "S" আখৰৰ ছোৱালীবোৰে নিজৰ স্বামীৰ মন ভাল লগাব জানে আৰু শহুৰৰ ঘৰৰ মানুহৰ অন্তৰো জয় কৰি লয়। এওঁলোকে সোনকালেই মানুহক আকৰ্ষিত কৰিব পাৰে।
( উৎস - ইণ্টাৰনেট )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment