পুৰুষ সকলে আজিয়েই জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 23, 2021

পুৰুষ সকলে আজিয়েই জানি লওক : Assamese Fact

Assamese Fact

এই পৃথিৱীত সকলো মানুহ বেলেগ বেলেগ ধৰণৰ আৰু সকলোৰে মাজত বহুত পাৰ্থক্য থাকে। সকলোৰে আচাৰ ব্যৱহাৰ বেলেগ বেলেগ হয় ( Assamese Fact )। জ্যোতিষ শাস্ত্ৰৰ মতে ব্যক্তি এজনৰ নামৰ প্ৰথম আখৰটোৱে বহুত কথা কয়। ব্যক্তি এজনৰ নামৰ প্ৰথম আখৰটোৰ দ্বাৰা আমি তেওঁৰ স্বভাৱ আৰু ব্যক্তিত্বৰ বিষয়ে জানিব পাৰো। নামৰ প্ৰথম আখৰটোৱে ব্যৱহাৰৰ লগতে আমাৰ জীৱনটো গভীৰ প্ৰভাৱ পেলায়। যদি আমি নিজৰ নামটোৰ লগত আখৰ মিলা ব্যক্তি জীৱন সংগী ৰূপে পাওঁ তেন্তে আমাৰ অভ্যাসবোৰৰ বহুত মিল থাকে যিটোক বহুত ভাল বুলি কোৱা হয়। যদি দুয়োৰে অভ্যাস বোৰ মিলি যায় তেন্তে জীৱনটো বহুত ভালদৰে ব্যতিত হয়। শাস্ত্ৰমতে কিছুমান নামৰ ব্যক্তিক বহুত ভাগ্যশালী বুলি মনা হয়। এনে ব্যক্তিৰ জীৱনটো সুখৰ হয় তথা তেওঁলোকৰ জীৱন সংগীৰো জীৱনটো সুখেৰে ভৰি পৰে।


১/ 'D' আখৰেৰে আৰম্ভ হোৱা নামৰ ছোৱালীৰ ভাগ্য বহুত ভাল বুলি কোৱা হয়। এই আখৰৰ ছোৱালীবোৰ যিখন ঘৰলৈকে বিয়া হৈ যায় তাত ধন সম্পত্তি বৃদ্ধি পোৱা যায়। তেওঁলোকে নিজৰ শহুৰৰ ঘৰত সুখ-সমৃদ্ধি বজাই ৰাখে। যিখন ঘৰত তেওঁলোকৰ বিয়া হয় তেওঁলোকৰ ভাগ্য সলনি হৈ যায় আৰু তেওঁলোকৰ স্বভাৱ বহুত ভাল হয়। তেওঁলোকৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় বৰ্তি থাকে।


২/ 'G' আখৰেৰে আৰম্ভ হোৱা নামৰ ছোৱালীবোৰো বহুত ভাগ্যশালী হয়। তাৰোপৰিও এনে ছোৱালী বহুত হাঁহিমুখীয়া স্বভাৱৰ হয়। তেওঁলোকে সকলো দিশে সুখ বিলাই ফুৰিবলৈ বহুত ভাল পায়। হয়তো এইকাৰণেই এনে ছোৱালীক ভাগ্যই সদায় লগ দিয়ে। এই হাঁহিমুখীয়া স্বভাৱৰ বাবে তেওঁলোকে শহুৰৰ ঘৰত এটা ফুৰ্তিৰ পৰিবেশ গঢ়ি তুলিব পাৰে।( Assamese Fact )


৩/ 'V' আখৰেৰে আৰম্ভ হোৱা নামৰ ছোৱালীবোৰ দেখিবলৈ বহুত ধুনীয়া হয়  লগতে তেওঁলোকৰ অন্তৰখনো বহুত ধুনীয়া হয়। যিসকল ব্যক্তিৰ লগত এই আখৰৰ ছোৱালীৰ বিয়া হয় তেওঁলোক বহুত ভাগ্যশালী বুলি প্ৰমাণিত হয়। তেওঁলোক নিজৰ জীৱন সংগীৰ প্ৰতি বহুত নিষ্ঠাবান। কেতিয়াও জীৱন সংগীৰ লগত বিশ্বাসঘাত নকৰে। তেওঁলোকে প্ৰতিটো কথাই জীৱন সংগীৰ লগত পাতে।


৪/ 'Y' আখৰেৰে আৰম্ভ হোৱা নামৰ ছোৱালীবোৰ বহুত ভাগ্যশালী হয়। তেওঁলোকৰ লক্ষ বহুত মজবুত হয়। তেওঁলোকে নিজৰ স্বামীৰ লগতে ঘৰখনৰ বাকীবোৰ মানুহৰো বহুত ধ্যান ৰাখে। তেওঁলোকে যেতিয়া কোনো এটা কাম কৰিবৰ বাবে কথা দিয়ে তাক সম্পূৰ্ণ কৰি এৰে। তেওঁলোকে নিজৰ জীৱন সংগীৰ সুখৰ বাবে সকলো ধৰণৰ চেষ্টা কৰে আৰু প্ৰতিটো ভাল বেয়াৰ খবৰ ৰাখে। সেইবাবে এনে ছোৱালীৰ লগত বিয়া কৰোৱাটো বহুত ভাগ্যৰ কথা।

(( উৎস - ইণ্টাৰনেট ))

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages