ধুনীয়া পত্নী লাভ কৰাৰ ক্ষেত্ৰত এই দুই নামৰ যুৱক বহুত ভাগ্যৱান : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 30, 2021

ধুনীয়া পত্নী লাভ কৰাৰ ক্ষেত্ৰত এই দুই নামৰ যুৱক বহুত ভাগ্যৱান : Assamese Fact

Assamese Fact

আজি আপোনালোকক এনেকুৱা দুটা নামৰ দুজন ভাগ্যৱান যুৱক বা পুৰুষৰ বিষয়ে কবলৈ ওলাইছো,যি বহুত সুন্দৰ পত্নী জীৱনসংগী হিচাপে পায়।( Assamese Fact )

পৃথিৱীৰ অধিক সংখ্যক পুৰুষেই নিজৰ সৈতে ঘূৰা-ফুৰা কৰা যুৱতী সকল মডেলৰ দৰে হোৱাটো বিছাৰে, কিন্তু যেতিয়া তেওঁলোকৰ বিয়াৰ কথা আহি পৰে তেতিয়া জীৱনসংগীক লৈ এখন দীঘল তালিকা ওলাই আহে।আৰু এই তালীকাত দুটা কথা নিশ্চিত ভাবে উল্লেখ থাকে যে,প্ৰথমে যুৱতী গতাকী ধুনীয়া হব লাগিব আৰু দ্বিতীয়তে যুৱতী গৰাকী ভদ্ৰ আৰু সংস্কাৰি হব লাগিব।


কাৰন জীৱনটো অতিবাহিত কৰিবৰ বাবে মডেল নহয় বুজা-পৰা থকা তথা বুদ্ধিয়ক যুৱতী হে কামত আহে।এনেকোৱা কোৱা যায় যে ,বিয়াৰ অবিহনে মনুষ্যৰ জীৱন আধৰুৱা আৰু যদি জীৱনসংগী গৰাকী ভাল মনৰ পোৱা যায় তেন্তে ঘৰ-সংসাৰ স্বৰ্গ সদৃশ হৈ পৰে।প্ৰত্যেক পুৰুষেই এগৰাকী ধুনীয়া পত্নীৰ আশা কৰে কিন্তু এই দুই নামৰ পুৰুষ বা যুৱকে বহুত ধুনীয়া পত্নী জীৱন সংগী হিচাপে পাবলৈ সক্ষম হয় যাৰ বাবে বিভিন্নজনে তেওঁক দেখি জ্বলন অনুভব কৰে।


ইয়াত প্ৰথমে আহে ইংৰাজী "S" আখৰেৰে নাম আৰম্ভ হোৱা পুৰুষ সকল।এই "S" আখৰৰে নাম আৰম্ভ হোৱা পুৰুষ বা যুৱক সকলৰ স্বভাৱ কিছু লাজকুৰীয়া আৰু সাধাৰণ হয়।এওঁলোকে অলপতে যিকোনো লোককে আকৰ্ষিত কৰিব পাৰে আৰু এনে যুৱক সকলৰ সৈতে যুৱতী সকলেও অতি সহজতে মিলি পৰে।অৱশ্যে এওঁলোকে সকলোৰে সৈতে বন্ধুত্ব গঢ়িব নিবিছাৰে কিন্তু যাৰ সৈতে বিছাৰে তেওঁলোকৰ সৈতে বন্ধুত্ব গঢ়ি হে এৰে।এই নামৰ যুৱক সকলে জীৱন সংগী ধুনীয়া পোৱাৰ লগতে তেওঁৰ বুদ্ধিমত্তাৰে পত্নীৰ জীৱনলৈ আনন্দও আনিবলৈ সক্ষম হয়।পত্নী সকলেও সকলো দুখ কষ্টতে স্বামীৰ সংগ দিয়ে আৰু সকলো সময়তে লগত থাকে।এই নামৰ যুৱক সকলে নিজৰ পত্নী আৰু শহুৰৰ ঘৰৰ লোকৰ সৈতে মিলি জুলি থকাটো বিশ্বাস কৰে।


দ্বিতীয়তে কোৱা হয় ইংৰাজী "R" আখৰেৰে নাম আৰম্ভ হোৱা যুৱক সকলৰ বিষয়ে।যিসকল যুৱক বা পুৰষৰ নাম ইংৰাজী "R" আখৰেৰে আৰম্ভ হয় তেওঁলোকেও বহুত ধুনীয়া পত্নী জীৱন সংগী হিচাপে লাভ কৰে।আৰু তেওঁলোকৰ পত্নীয়েও তেওঁলোকক সুখী ৰাখিবলৈ সদায়ে প্ৰস্তুত থাকে।পত্নী সকলে এই নামৰ স্বামী সকলক যথেষ্ট ধ্যান ৰাখে আৰু স্বামীৰ মান সন্মানৰ বাবে যিকোনো পৰিস্থিতিৰ মোকাবিলাও কৰিব পাৰে। 


"R" নামৰ যুৱক সকল যথেষ্ট ভাগ্যৱান হয়,যাৰ জীৱন সংগীয়ে এটা সুন্দৰ ভৱিষ্যৎ লৈ তেওঁলোকৰ জীৱনত প্ৰবেশ কৰে।যিসকল যুৱকৰ নাম "R" আখৰৰ পৰা আৰম্ভ হৈছে তেওঁলোকৰ পত্নী সকলেও নিজৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ সৈতে আগবাঢ়ি যায়,প্ৰতিটো সুখ দুখতেই স্বামীৰ সংগ দিয়ে,যাৰ বাবে তেওঁলোকৰ জীৱনটো সুখময় হৈ পৰে আৰু জীৱনত ধন সম্পত্তিৰ একো অভাৱ নহয়।এই আখৰৰ যুৱক সকলৰ স্বভাব কিছু চঞ্চল হয় যদিও জীৱনসংগী অহাৰ পিছত সকলো থিক হৈ পৰে।


অৱশ্যে ভাগ্যৰ লিখন কোনেও ক'ব নোৱাৰে। ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা এই তথ্য আমি আপোনালোকলৈ আগ বঢ়ালো।যদি আপোনাৰ বা আপোনাৰ দ্বাৰা পৰিচিত কোনো ব্যক্তিৰ জীৱনত এই কথা সমূহৰ মিল আছে তেন্তে অনুগ্ৰহ কৰি কমেণ্টবক্সত জনাই যেন,ধন্যবাদ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages