এই সপোন দেখিলে জানিব যে,আপোনাৰ ওপৰত অশুভ শক্তিৰ ছাঁয়া আছে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 30, 2021

এই সপোন দেখিলে জানিব যে,আপোনাৰ ওপৰত অশুভ শক্তিৰ ছাঁয়া আছে : Assamese Fact

Assamese Fact

এই পাঁচটা সপোন দেখিলে আপুনি জানিব যে কোনোবাই আপোনাৰ ওপৰত ক'লা যাদু কৰিছে বা আপোনাৰ ওপৰত অশুভ শক্তিৰ ছাঁয়া আছে( Assamese Fact )।সপোনটো আমি সকলোৱে দেখো,কিন্তু কিছুমান সপোন এনে দেখা হয় যিবোৰে নেকি আমাক শান্তিৰে উশাহকনো লবলৈ নিদিয়ে।আনকি নিশাৰ টোপনিকনও নাইকীয়া হৈ পৰে।আপোনালোক সকলোৱে জানে যে,এই পৃথিৱীখন ৰহস্যময় কথাৰে পৰিপূৰ্ণ হৈ আছে।ক'ত,কেতিয়া কি হৈ যাব গমকে পোৱা নাযায়।সেয়ে আজি আপোনালোকক জনাম যে, আপোনাৰ দ্বাৰা দেখা এনে সপোনে স্পষ্টভাবে প্ৰকাশ কৰে যে কোনোৱে আপোনাৰ ওপৰত ক'লা যাদু কৰিছে নতুবা আপোনাৰ ওপৰত কোনো অশুভ শক্তিৰ ছাঁয়া আছে।


গতিকে এতিয়া জানো আহক সেই পাঁচ ৰহস্যময় সপোনৰ বিষয়ে -


১/ বন্ধ কোঠালীত উশাহ নিশাহ বন্ধ হৈ পৰা : যদি আপোনাৰ সপোনত এনে দৃশ্য দেখা পোৱা যায়,যত নিকি কোনোবাই আপোনাক এটা কোঠালীত বন্ধ কৰি দিছে আৰু আপোনাৰ উশাহ নিশাহ বন্ধ হৈ আহিছে।তেতিয়া আপুনি বুজিব লাগিব যে আপোনাৰ ওপৰত ক'লা যাদু কৰা হৈছে নতুবা আপোনাৰ ওপৰত কোনো অশুভ শক্তিৰ ছাঁয়া আছে। 


২/ পানীত ডুব যোৱা : সপোনত নিজকে পানীত ডুব যোৱা দেখাটো একেবাৰেই অশুভ মনা যায়।এনেকোৱা সপোনে আপোনাৰ নিশাটোৰ টোপনি নাইকীয়া কৰি পেলোৱাৰ লগতে এই সংকেটো দিয়ে যে,আপোনাৰ ওপৰত কোনো অশুভ শক্তিৰ ছাঁয়া থাকিব পাৰে


৩/ হাত-ভৰি বন্ধা : সপোনত নিজৰ হাত-ভৰি বান্ধি থোৱা দেখাটো এনেকোৱা এটা সপোন,যিটোৱে যিকোনো ব্যক্তিৰে নিশাটোৰ টোপনি নাইকীয়া কৰিব পাৰে।আপোনাক জনাই দিওঁ যে,যি ব্যক্তিয়ে সপোনত নিজৰ হাত-ভৰি বান্ধি থোৱা দেখে তেতিয়া আপুনি জানিব লাগিব যে,আপোনাৰ ওপৰত ক'লা যাদু কৰা সম্ভাৱনা আছে নতুবা আপোনাৰ ওপৰত কোনো অশুভ শক্তিৰ ছাঁয়া থকাৰো সম্ভাৱনা আছে।( Assamese Fact )


৪/ অশুভ শক্তি দেখা পোৱা : সেই প্ৰতিজন ব্যক্তিৰে অন্তৰআত্মা কঁপি উঠে যি ব্যক্তিয়ে সপোনথ অশুভ শক্তি দেখা পায়।এনেকোৱা সপোনে নিশাৰ টোপনি নোহোৱা কৰাৰ লগতে কোনো কোনোৱে চিঞৰিও উঠিব পাৰে।এই সপোনে ষ্পষ্টভাবে প্ৰকাশ কৰে যে কোনোৱে আপোনাৰ ওপৰত ক'লা যাদু কৰিছে নতুবা আপোনাৰ ওপৰত কোনো অশুভ শক্তিৰ ছাঁয়া আছে।


৫/ দূৰনিত হেৰাই যোৱা : যদি আপুনি সপোনত নিজকে এনেকোৱা ঠাইত পাই,যত নিকি আপুনি যাব নিবিছাৰে।তেন্তে এইটোও কোনো শুভ সংকেত নহয়।ইফালে সপোনত ৰঙা কাপোৰে বন্ধা ঘঁট দেখা পোৱা যায় যদি জানিব যে,আপোনাৰ ওপৰত ক'লা যাদু কৰা হৈছে নতুবা আপোনাৰ ওপৰত কোনো অশুভ শক্তিৰ ছাঁয়া আছে।


ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা সপোনৰ ফলাফলৰ এই তথ্য আমি আপোনালোকলৈ আগ বঢ়ালো।যদি আপোনাৰ বা আপোনাৰ দ্বাৰা পৰিচিত কোনো ব্যক্তিৰ জীৱনত এই কথা সমূহৰ মিল আছে তেন্তে অনুগ্ৰহ কৰি কমেণ্টবক্সত জনাই যেন,ধন্যবাদ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages