জীৱনত বহুত সফলো হয় এই দুই নামৰ যুৱতী : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 29, 2021

জীৱনত বহুত সফলো হয় এই দুই নামৰ যুৱতী : Assamese Fact


আজি আপোনালোকক এনে দুটা নামৰ যুৱতীৰ বিষয়ে কবলৈ ওলাইছো,যি গোতেই জীৱন এজন পুৰুষকেই প্ৰেম কৰে( Assamese Fact )।আৰু তেওঁৰ ওপৰত নিজৰ জীৱন পৰ্য্যন্ত ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে।


আমাৰ সকলোৰে জীৱনত প্ৰেমে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে,আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ সৈতে প্ৰেম নিশ্চয় কৰিছো।যি সময়ত এই অনুভৱ আমাৰ মনলৈ আহে তেতিয়া আমি বিশ্বাস কৰিবলৈ লওঁ যে, এইটোৱে সত্য আৰু বাকী সকলো মিছা আৰু অবিশ্বাস্য।প্ৰেম হৈ যোৱাৰ পিছত মনুষ্যই নিজৰ সপোন বোৰক আন এজনৰ সৈতে মিলাবলৈ ধৰে।প্ৰেম এক সুন্দৰ অনুভৱ হয়,যাক আপুনি ভাল পাই তাক যদি এদিনৰ কাৰনেও নেদেখা হয় তেন্তে মনটো ব্যাকুল হৈ পৰে,মনত বিভিন্ন ভুল বিচাৰ আহিব ধৰে।প্ৰেম অবিহনে জীৱনটো অসাৰ আৰু আধৰুৱা আধৰুৱা যেন লাগিব ধৰে।


কিন্তু বৰ্তমাৰ সময়ত সচাঁ প্ৰেমৰ অৰ্থ ভিন্ন জনৰ বাবে বেলেগ বেলেগ হয়।দৰাচলতে সঁচা প্ৰেম তাক হে কয়,যত নিকি কোনো স্বাৰ্থ জড়িত হৈ নাথাকে বৰঞ্চ সকলো সমৰ্পন কৰিব পৰা ভাৱ হে জড়িত হৈ থাকে।একাংশৰ কাৰনে প্ৰেম এটা খেল হে মাত্ৰ আৰু ইফালে আন একাংশৰ বাবে প্ৰেমেই যেন সকলো।সেয়ে আজি আমি আপোনালোকক এনে দুগৰাকী যুৱতী বা মহিলাৰ বিষয়ে কবলৈ ওলাইছো,যি প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট গম্ভীৰ হয় আৰু গোতেই জীৱন কেৱল এজন হে পুৰুষকেই প্ৰেম কৰে।( Assamese Fact )


ইয়াত প্ৰথমে আহে ইংৰাজী "A" আখৰে আৰম্ভ হোৱা নামৰ যুৱতীসকল। "A" আখৰৰ যুৱতী সকলৰ সৰুৰে পৰা তেওলোকৰ মগজ যথেষ্ট চোকা থাকে,সেয়ে এওঁলোক পঢ়াটো সদায়ে প্ৰথম হয়, জীৱনটোত সফল হবৰ বাবে এওঁলোকে যথেষ্ট কষ্ট কৰিব পাৰে,এওঁলোকৰ বৈবাহিক জীৱনো বহুত সফল হোৱা দেখিবলৈ পোৱা যায় আৰু এওঁলোক বহুত দয়ালু আৰু কোমল স্বভাবৰ হয়।এই আখৰৰ যুৱতী সকলে কেতিয়াও কাৰো বেয়াটো নুশুনে আৰু কাৰো বেয়াটো নকৰে, মিছা কথা কেতিয়াও এওঁলোকে সহ্য নকৰে,সদায় সত্যত থাকে,নিজৰ প্ৰমিকক সঁচা মৰম দিয়ে আৰু জীৱনভৰ লগত থাকে,সুখ-দুখ সকলো সময়তে ভালপোৱা জনক সংগ দিয়ে।এই মহিলাই নিজৰ প্ৰমিকৰ ওপৰত জীৱন পৰ্য্যন্ত ত্যাগ দিবলৈ প্ৰস্তুত থাকে,এওঁলোকৰ প্ৰেম নিস্বাৰ্থ আৰু এওঁলোকে মগজৰ পৰা নহয় সম্পূৰ্ণ অন্তৰৰে কৰোবাক ভাল পায়।


দ্বিতীয়ত আহিছে ইংৰাজী "R" আখৰে আৰম্ভ হোৱা নামৰ যুৱতীসকল।"R" আখৰৰ যুৱতী সকলৰ অন্তৰ বহুত চফা থাকে,বহুত ৰোমেণ্টিক স্বভাবৰ হয়।এওঁলোকৰ সত্যতা আৰু বিশ্বাসযোগ্যতাৰ বাবে জীৱনত বহুত সফল হবলৈ সক্ষম হয়।অৱশ্যে এওঁলোকক জীৱনত সফল হবলৈ অলপ সময় লাগে কিন্তু অৱশেষত সফল হৈ হে এৰে।শিক্ষা,মনোৰঞ্জন,কলা আদি ক্ষেত্ৰত "R" আখৰে  আৰম্ভ হোৱা নামৰ যুৱতীসকল বহুত আগবঢ়া হয়।এওঁলোকে নিজৰ স্বামীক হিচাপতকৈ অধিক প্ৰেম কৰে আৰু স্বামীৰ বাবে এওঁলোকে নিজৰ জীৱন পৰ্য্যন্ত ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে।স্বামীৰ প্ৰতিটো কথায়ে শুনে,এওঁলোকৰ বাবে পতি পৰমেশ্বৰ স্বৰূপ হয়।ধাৰ্মিক কামতো এওঁলোকক যথেষ্ট লগা দেখা যায়,আৰ্তজনক সেৱা কৰি এওঁলোকে বহুত ভাল পাই।সামাজিক জীৱনত সকলোৰে লগত এওঁলোক মিলিজুলি থাকে আৰু বহুত হাঁহিমুখীয়া হয়।যিকোনো কাম নিজৰ ধৰনে এওঁলোকে কৰি ভাল পায়।


অৱশ্যে ভাগ্যৰ লিখন কোনেও ক'ব নোৱাৰে। ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা জ্যোতিষশাস্ত্ৰৰ এই তথ্য আমি আপোনালোকলৈ আগ বঢ়ালো।যদি আপোনাৰ বা আপোনাৰ দ্বাৰা পৰিচিত কোনো ব্যক্তিৰ জীৱনত এই কথা সমূহৰ মিল আছে তেন্তে অনুগ্ৰহ কৰি কমেণ্টবক্সত জনাই যেন,ধন্যবাদ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages