এই ৬ টা নামৰ ছোৱালীৰ থাকে বহুত বেছি খং : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 31, 2021

এই ৬ টা নামৰ ছোৱালীৰ থাকে বহুত বেছি খং : Assamese Fact

Assamese Fact


সকলোৰে স্বভাৱ একে ধৰণৰ নাথাকে। কাৰোবাৰ অতি সোনকালে খং উঠে আৰু কোনোবাই কঠিন সময়টো হাঁহি মুখেৰে থাকে। কোৱা হয়, নামত একো নাথাকে( Assamese Fact )। কিন্তু জ্যোতিষ শাস্ত্ৰ গণনাৰে ৰাশিৰ অনুসাৰে নামৰ প্রথম আখৰে ব্যক্তিৰ জীৱনত বহু প্ৰভাৱ পৰে। ব্যক্তিক যি নামেৰে মতা হয়, সেই নামৰ আখৰে তেওঁৰ জীৱনত প্ৰভাৱ পৰে। শাস্ত্ৰ অনুযায়ী প্ৰতিজন ব্যক্তিৰে নামৰ প্ৰথম আখৰটিৰ বহুতো মহত্ব আছে। এই প্রথম আখৰটোৰ দ্বাৰা তেওঁৰ জীৱনত আহিবলগীয়া সকলো সুখ আৰু দুখ জড়িত থাকে। আজি আমি কবলৈ ওলাইছো, কোনো এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰ দ্বাৰা কেনেদৰে জনা যায় তেওঁৰ স্বভাৱ কেনে! 


প্ৰথমতে B নামৰ ছোৱালীৰ স্বভাৱ। যি ছোৱালীৰ নাম প্ৰথম আখৰটো B, আখৰে আৰম্ভ হয়, সেই ছোৱালী জনীৰ অন্তৰ বহুত নিকা হয়। কিন্তু এই ছোৱালীবোৰে কেতিয়াও কাৰো ভুলক সহ্য কৰি নাথাকে। আৰু যিয়ে ভুল কৰে, তেওঁলোকক লগত বহু বেয়া ব্যৱহাৰ কৰে। B, নামৰ আখৰৰ ছোৱালীয়ে প্ৰায়ে নিজৰ খং আনৰ ওপৰত উলিয়াই। 


দ্বিতীয় H, নামৰ ছোৱালীৰ স্বভাৱ।H,নামৰ ছোৱালীৰ বিষয়ে শাস্ত্ৰত কোৱা হয়, H,নামৰ ছোৱালীবোৰে সকলোৰে লগত মিলিজুলি থাকি ভাল পাই।H,নামৰ ছোৱালীবোৰে ঘৰৰ সকলোৰে চোৱা চিতা কৰে। আৰু নিজৰ আৰু নিজৰ পৰিয়ালৰ মান সন্মানৰ বাবে সকলো কামকে কৰিব পাৰে। কিন্তু কথায় কথায় খং কৰাটো Hনামৰ ছোৱালীবোৰে স্বভাৱ হয়।আৰু এওঁলোকে নিজৰ খংক বাধা দিব নোঁৱাৰে।


তৃতীয়তে L,নামৰ ছোৱালীৰ স্বভাৱ। L,নামৰ ছোৱালীবোৰে এনে কাম কৰিবলৈ পচন্দ নকৰে, যাৰ দ্বাৰা তেওঁলোকৰ আত্মসন্মানত আঘাট আহিব পাৰে।এনে ছোৱালী প্ৰতিটো কামতে আগবাঢ়ি থাকে।আৰুL,নামৰ ছোৱালীয়ে নিজৰ জীৱনত নতুন নতুন বস্তু ব্যৱহাৰ কৰি ভালপাই। কিন্তু এওঁলোকৰ খংটোৱে L,নামৰ ছোৱালীক দুৰ্বল কৰি তুলে। আৰু যিকোনো সময়তে নিজৰ খং আনক দেখুৱাই।কিন্তুL,নামৰ ছোৱালীবোৰ অন্তৰৰ পৰা বহুতে ভাল হয়। ( Assamese Fact )


চতুৰ্থতে P,নামৰ ছোৱালীৰ স্বভাৱ। P,নামৰ ছোৱালীৰ স্বভাৱ খংৰে পৰিপূৰ্ণ থাকে। P,নামৰ ছোৱালীবোৰে বহুত কথা কয় বা একেবাৰে শান্ত হয় থাকে।P,নামৰ ছোৱালীবোৰে নিজৰ পৃথিৱীতে সুখী হৈ থাকিবলৈ জানে।এওঁলোকৰ আনৰ বেছি প্ৰয়োজন নহয়।Pনামৰ ছোৱালীবোৰৰ বিশেষ মহত্ব এয়া যে, এনে ছোৱালীয়ে আনক খং কৰা ঠাইত, নিজৰ ওপৰতহে বেছিকৈ খং কৰে আৰু খংতে নিজৰে ক্ষতি কৰে। 


পঞ্চমতে R,আখৰৰ ছোৱালীৰ স্বভাৱ। R,আখৰৰ নামৰ ছোৱালীবোৰ দেখাত বহুতো ধুনীয়া হয়, মগজু বহু চোকা হয়।Rনামৰ ছোৱালীবোৰে আনক সহজতে নিজৰ ফালে আকৰ্ষিত কৰি লব পাৰে।কিন্তু ইমানবোৰ গুণ থকা পাছটো, Rনামৰ ছোৱালীবোৰৰ সকলোতকে দুৰ্বলতা হয়, খংটো।বিশেষ কৰি এওঁলোকে খং আৰু মৰমক ভালদৰে দেখুৱাবলৈ পাৰে।


ষষ্ঠতে S,নামৰ ছোৱালীৰ স্বভাৱ।S,নামৰ ছোৱালীবোৰ বৰ ভাল হয়। কেতিয়াও কাকো এৰি থৈ নাযায়।কিন্তু কাৰোবাৰ লগত যদি শক্ৰতা হয়,তেতিয়া তাৰ পৰিণতি বৰ বেয়া হয়।S, নামৰ ছোৱালীবোৰ দেখাত বৰ শান্ত স্বভাৱৰ হয়।কিন্তু এওঁলোকৰ খং সদায়ে উচ্চ শিখৰত থাকে।/p>


অৱশ্যে ভাগ্যৰ লিখন কোনেও ক'ব নোৱাৰে। ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা জ্যোতিষশাস্ত্ৰৰ এই তথ্য আমি আপোনালোকলৈ আগ বঢ়ালো।যদি আপোনাৰ বা আপোনাৰ দ্বাৰা পৰিচিত কোনো ব্যক্তিৰ জীৱনত এই কথা সমূহৰ মিল আছে তেন্তে অনুগ্ৰহ কৰি কমেণ্টবক্সত জনাই যেন,ধন্যবাদ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

3 comments:

Advertisement

Pages