আজিয়ে জানি লওক "মনালিচা" চিত্ৰখনৰ বহু নজনা তথ্য : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 13, 2021

আজিয়ে জানি লওক "মনালিচা" চিত্ৰখনৰ বহু নজনা তথ্য : Assamese Article

Assamese Article

"মনালিচা"- এনে এটা নাম যাৰ আছে এক বিশেষ পৰিচয়।ইয়াৰ জনপ্ৰিয়তাই গগন চুমিছে। ই এখন বিখ্যাত চিত্ৰ যাৰ সৃষ্টি হৈছিল বিখ্যাত চিত্ৰকৰ লিঅনাৰ্ডো দা ভিন্চিৰ তুলিকাৰ পৰিপক্ক গতিত। পিছে চিত্ৰখনৰ কিছুমান বিশেষ কথাই আপোনাৰ মনত মচিব নোৱাৰা সাচ বহুৱাব।( Assamese Article )
সেয়া -


১। চিত্ৰখন চিত্ৰকৰজনে পপ্লাৰ গছৰ কাঠৰ ফলকত অ'ইল পেইন্টেৰে আকিছিল যাতে ব্ৰাচৰ কোনো চিন থাকিব নোৱাৰে।


২।চিত্ৰখন ৫০০ বছৰৰো অধিক পুৰণি যি বিশ্বৰ আটাইতকৈ প্ৰাচীন চিত্ৰকৰ্ম।


৩। চিত্ৰকৰজনে  ভিন্ন shade ৰ ৩০ টা layer ৰে মনালিচাক আকিছিল।


৪। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চিত্ৰখন National Socialist German Workers' Partyৰ সদস্যসকলৰপৰা দূৰত ৰাখিবলৈ ছয় বাৰ ঠাই সলাবলগা হৈছিল।( Assamese Article )


৫।এক Face Recognition Software য়ে দাবী কৰিছিল যে মনালিচা ৮৩% সুখী, ৯% বীভৎস, ৬% ভয়াতুৰ আৰু ২% খঙাল।


৬। ইয়াৰ মূল নামটো Monna Lisa, বানান ভূল হৈহে Mona Lisa হ'ল। ইটালিৰ ভাষাত Monna ৰ অৰ্থ Our lady


৭। চিত্ৰকৰজনে চিত্ৰখনৰ কাম কেতিয়াও সম্পূৰ্ণ কৰা নাছিল।


৮। নেপোলিয়নে এবাৰ তেওৰ Tuileries Palace ৰ শুৱনিকোঠাত চিত্ৰখন চাৰিবছৰ ৰাখিছিল।চিত্ৰখনে তেওক ইমানকৈ আকৰ্ষিত কৰিছিল যে তেও ইটালিৰ Teresa Guadagni নামৰ এগৰাকী মহিলাৰ প্ৰেমত পৰিছিল।


৯। মনালিচাক দুবাৰ আকংৰমণ কৰা হৈছিল। এবাৰ Ugo Ungaza Villegas য়ে এটা শিলেৰে আৰু আনবাৰ এজন প্ৰেমৰাগীয়ে এচিদ ঢালি।

কাৰণ প্ৰেমৰাগীজনে সেইখনৰদৰে আকিব নোৱাৰিছিল।


১০। ১৯১১ চনৰ ২১ আগষ্টত মনালিছাক চুৰ কৰা হৈছিল।তেতিয়া সমগ্ৰ পেৰিছে Musee du Louvre ৰ সন্মূখত একেলগে মনোকষ্ট প্ৰকাশ কৰিছিল।( Assamese Article )

No comments:

Post a Comment

Advertisement

Pages