এই তিনিটা ৰাশিৰ ভিতৰত আপুনি পৰিছে যদি আপুনি ভাগ্যৱান : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 12, 2021

এই তিনিটা ৰাশিৰ ভিতৰত আপুনি পৰিছে যদি আপুনি ভাগ্যৱান : Assamese Article

Assamese Article


জন্ম, মৃত্যু আৰু বিবাহ বিধাতাৰ লিখন।  মানুহৰ জন্মৰ লগে লগে নিৰ্ধাৰণ হয় তেওঁৰ মৃত্যু কেতিয়া হ'ব  । ঠিক তেনেদৰে বিবাহৰ তিথি তথা সময় আমাৰ জন্মৰ লগতে জড়িত হৈ থাকে ( Assamese Article )। জন্ম বা বিবাহৰ সময় যিহেতু বিধাতাৰ লিখন, সেয়েহে সাধাৰণ মানুহ হিচাপে আমি ইয়াৰ সময়সীমা ঢুকি  পোৱাটো সম্ভৱ নহয়। কিন্তু আমি আমাৰ জন্মৰ সময়ৰ দ্বাৰা কিছু কথা জানিব পাব পাৰো। জ্যোতিষশাস্ত্রত আমাৰ জন্মৰ সময়ৰ দ্বাৰা আমাৰ ৰাশি নিৰ্ধাৰণ কৰা হয় আৰু এই ৰাশিৰ দ্বাৰা আমি আমাৰ ভৱিষ্যত জীৱনৰ বিষয়ে ধাৰণা কৰিব পাৰো। 

  আজি আমি আলোচনা কৰিম ৰাশিৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কথা আৰু আমাৰ আলোচ্য বিষয় হ'ব, "কোন তিনিটা ৰাশিৰ লোকে লক্ষী ছোৱালী পায়"। ( Assamese Article )


   দেৱী লক্ষ্মীৰ দৰে সৰ্বগুনসম্পন্ন এজনী ছোৱালী পত্নী হিচাপে লাভ কৰাটো সকলোৰে সপোন থাকে। কিন্তু কিছু নিৰ্দিষ্ট ৰাশিৰ লোকৰ লক্ষ্মী ছোৱালী পত্নী হিচাপে লাভ কৰাৰ সপোন বাস্তৱায়িত হয়। এই নিৰ্দিষ্ট ৰাশি কেইটা হৈছে :- বৃশ্চিক, মেষ আৰু কন্যা। এই ৰাশিৰ লোকসকলে লক্ষ্মীৰ দৰে সৰ্বগুনসম্পন্ন পত্নী জীৱন সংগিনী হিচাপে লাভ কৰে। বিয়াৰ পিছত তেওঁলোকৰ জীৱন সুখ আৰু শান্তিৰে বিৰাজমান হৈ পৰে। উক্ত ৰাশিৰ লোকসকলৰ জীৱনত পত্নীৰ আগমনৰ লগে লগে আৰ্থিক দিশতো তেওঁলোক অধিক স্বাৱলম্বী হৈ পৰা দেখা যায়, তাৰোপৰি তেওঁলোকৰ সাংসাৰিক জীৱনো সুখৰ হয়। 

   ভাগ্যৰ লিখন কোনেও ক'ব নোৱাৰে। আমি কেৱল  ৰাশিৰ সমূহৰ দ্বাৰা আমাৰ ভৱিষ্যত জীৱনৰ সামান্য অনুমানহে কৰিব পাৰে। ওপৰোক্ত আলোচ্য বিষয় জ্যোতিষশাস্ত্রৰ অন্তৰ্গত অনুমানৰ ওপৰত আধাৰিত  কিছু আলোচনাহে মাথো  ।( Assamese Article )


( উৎস - ইণ্টাৰনেট )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

1 comment:

Advertisement

Pages