উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সিদ্ধান্ত : News Update - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 10, 2021

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সিদ্ধান্ত : News Update

News Update

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ ২০২১ ৰ সকলো ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (News Update )৷

উল্লেখ্য যে ৪/৫/২১ ৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও কৰ'না সংক্ৰমনৰ বাবে এই পৰীক্ষা বাতিল কৰা হৈছিল।উক্ত সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰা জাননী খন তলত দিয়া ধৰনৰ।(News Update )
News Update


No comments:

Post a Comment

Advertisement

Pages