২৯ বহাগ, বৃহস্পতিবাৰ ,ইং ১৩ মে ২০২১। ( Horoscope Today )
মেষ |
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, সুখ বৃদ্ধি হব, লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, সম্পদ বৃদ্ধি হব, যদিও সজাগ নহলে সামান্য মানসিক ক্লেষ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, মনত উৎসাহ বাঢ়িব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
সিংহ |
৫. সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ শক্তি বাঢ়িব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, অৰ্থ লাভ হব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত খেতিয়ক সকলৰ শুভ হব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও সজাগ নহলে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, যদিও সজাগ নহলে সামান্য মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, কৰ্মত সুযোগ লাভ কৰিব যদিও আজি চোৰৰ পৰা সাৱধান হোৱাটো ভাল ।
মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, প্ৰেম আৰু কৰ্মত সুভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত নতুন যোগাযোগ হব, প্ৰেমত শুভ হব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব,সুখ বৃদ্ধি হব যদিও ছোৱালী সকলে সজাগ নহলে মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment