আজিৰ ৰাশিফল : Horoscope in Assamese - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 9, 2021

আজিৰ ৰাশিফল : Horoscope in Assamese

Horoscope in Assamese

 

 শুক্ৰবাৰ ,ইং ৯ এপ্ৰিল ২০২১।  ( Horoscope in Assamese )


মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, কৰ্ম ব্যস্তা বাঢ়িব, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধি হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব যদিও সজাগ নহলে  মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ   যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত নতুনকৈ যোগাযোগ হব , লগতে সম্পদ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশি : সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনৰ আশা পুৰণ হব, মনত সামান্য চঞ্চলতা বাঢ়িব, যদিও সজাগ নহলে জেষ্ঠ্য জনৰ পৰা মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত আত্মীয়ৰ সুখ বৃদ্ধি হব, শুভ সংবাদ লাভ হব, যদিও সজাগ নহলে সামান্য আত্মীয় সুখ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


Horoscope in Assamese


তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোতক কৰ্ম স্থান পৰিবৰ্তন হব পাৰে, যদিও সজাগ নহলে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ  বৃদ্ধি হব পাৰে লগতে মনত  সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক জীৱনত সূখ  বৃদ্ধি হব, সম্পদ বৃদ্ধি হব, যদিও সজাগ নহলে কৰ্মত সামান্য সময়ৰ নাটনি হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত মনত নতুন চিন্তা সঞ্চাৰ হব, কৰ্মত সামান্য জতিলতা বাঢ়িব যদিও সামান্য উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



মকৰ

১০.  মকৰ ৰাশি  -মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, উত্তম ভোজন লাভ হব, যদিও সজাগ নহলে মনত সামান্য অহংকাৰী ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত শুভ কৰ্মলৈ নিমন্তিত হব পাৰে, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হব, লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, মনত নতুনকৈ আশাৰ সঞ্চাৰ হব, লগতে কৰ্মত আনৰ সহায় লাভ হোৱাৰ যোগ দেখা যায়। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages