বৃহস্পতিবাৰ ,ইং ১ এপ্ৰিল ২০২১। ( Horoscope in Assamese )
মেষ |
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, কৰ্মত নতুন যোগান হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত প্ৰসংসা লাভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট পাৱ পাৰে লগতে আজি প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল।
সিংহ |
৫. সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ সুখ বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব যদিও মনৰ সামান্য পৰিবৰ্তন হব পাৰে লগতে সজাগ নহলে সামান্য গৃহ অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সমস্যাৰ সমাধান হব, মনত শুভ বুদ্ধিৰ উদয় হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ।যোগ দেখা যায়।
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত নতুন বন্ধু লাভ হব, শিল্পী সকলৰ শুভ হব, লগতে সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি হব, সন্মান বাঢ়িব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সুখ লাভ হব, ভ্ৰমণত শুভ হব, লগতে ধন সন্মান হোৱাৰ যোগ দেখা যায়।
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, প্ৰতিভা বিকাশ হব, লগতে মনত শান্তি হোৱাৰ যোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment