আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে,SMJ24 ফেচবুক গ্ৰুপৰ জনপ্ৰিয় "আজিৰ আকৰ্ষণ" শিতানটো এতিয়া নতুন ৰূপত SMJ24 ৰ ৱেবচাইটত আৰম্ভ কৰা হৈছে( Assamese Beauty )। এই শিতানত এতিয়াৰে পৰা প্ৰকাশ পাব তিনি গৰাকীকৈ সুন্দৰীৰ ছবি।
(ক) ক্ৰিতনা দাস
যিহেতু আপোনালোকৰ প্ৰিয় SMJ24 ফেচবুক পেজ আৰু গ্ৰুপত বিশ্বৰ এশখন দেশৰ দুই লাখতকৈও অধিক ফল'ৱাৰ থকাৰ ওপৰিও ৱেবচাইটত নিতৌ লক্ষ লক্ষ ভিওৱাৰছৰ আগমন ঘটে।সেয়ে ইয়াৰ যোগেদি অসমীয়া যুৱতী-মহিলা সকলক তেওঁলোকৰ সৌন্দৰ্য্য অসমী সাজ-পাৰ সমূহ বিশ্ববাসীৰ আগত উপস্থাপন কৰাৰ এ প্ৰয়াস কৰা হৈছে।
(খ)নং অনন্যা
এই শিতানত ছবি প্ৰকাশৰ ইচ্ছুক সকলে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত ছবি প্ৰকাশৰ বাবে আবেদন জনাব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
(আবেদনৰ নিয়মাৱালী সমূহ তলত উল্লেখ কৰা হৈছে)
(গ)তৃষ্ণা ভূঞা
SMJ24 ফেচবুক গ্ৰুপত পূৰ্বে প্ৰকাশ পোৱা তিনিগৰাকী সুন্দৰীৰ ছবি ইতিমধ্যে আপোনাকে প্ৰত্যক্ষ কৰিলে।
এতিয়া জানো আহক এই শিতানত ছবি প্ৰকাশৰ বাবে আবেদন জনোৱাৰ নিয়মাৱালী সমূহ -
১) আবেদনকাৰীয়ে আমাৰ পেজৰ ইনবক্সত নিজৰ এখন আকৰ্ষণীয় ছবি প্ৰেৰণ কৰাৰ লগতে "ছবি প্ৰকাশৰ বাবে আবেদন জনোৱা হল" বুলি লুখি এটা বাৰ্তা প্ৰেৰণ কৰিব লাগিব( Assamese Beauty )।
২) যদি আবেদকাৰীৰ ফেচবুক একাউন্তত এই শিতানত প্ৰকাশ কৰিব পৰাকৈ উচ্চ মানদণ্ডৰ ছবি মজুত আছে।তেন্তে আমাৰ দ্বাৰা তেওঁৰ একাউণ্টৰ পৰা এখন আকৰ্ষণীয় ছবি সংগ্ৰহ কৰি নিশ্চয় এই শিতানত প্ৰকাশৰ বাবে নিৰ্বাচিত কৰা হব।
৪) পৰম্পৰাগত সাজ-পাৰ পৰিহিত ছবি সমূহকহে অগ্ৰাধিকাৰ দিয়া হব,সেয়ে আবেদকাৰীৰ একাউণ্টত তেনে ছবি থকাটো বাঞ্চনীয়।
৩) আবেদনকাৰীয়ে তেওঁৰ একাউণ্টত থকা সকলো ছবি Public কৰি ৰাখিলে ছবি সমূহ বাচি উলিওৱাত কৰাত আমাৰ সুবিধা হয়।
৪) প্ৰফাইল ল'ক থকা সকলে আবেদন নজনাই যেন।
৫) তলৰ যিকোনো এটা লিংকত ক্লিক কৰিলে আমাৰ পেজ খোলা খাব আৰু সেই পেজৰ ইনবক্সত আবেদন জনাব পাৰিব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment