সোমবাৰ ,ইং ২৯ মাৰ্চ ২০২১।( Horoscope in Assamese )
মেষ |
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যা সমাধান হব, সন্মান লাভ হব, যদিও কৰ্মত সামান্য প্ৰৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে যাত্ৰা বা ভ্ৰমণত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায়।
মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ ,কৰ্মত শুভ, কৰ্ম দক্ষতা বৃদ্ধি হব, যদিও সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, লগতে মতন আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
সিংহ |
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমণ বাঢ়িব, সন্মান লাভ হব, যদিও খেতিয়ক সকলৰ কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সামাজিক প্ৰতিস্থা লাভ কৰিব, ধন আৰু সন্মান বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Horoscope in Assamese
তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,ভ্ৰমণত সুখ বাঢ়িব যদিও আজি প্ৰেমত সজাগ হোৱাটো ভাল।
বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব ,কৰ্মত উকীল সকলৰ সুনাম বাঢ়িব, যদিও মনত সামান্য উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।
ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও আজি চোৰৰ পৰা সাৱধান হব।
মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ধন সন্মান লাভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বৃদ্ধি হব ,ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে সামান্য গৃহ অশান্তি বৃদ্ধি যোগ দেখা যায়।
মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ বাঢ়িব, সুখ বৃদ্ধি হব যদিও সজাগ নহলে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
No comments:
Post a Comment