আজিৰ ৰাশিফল : Horoscope in Assamese - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 26, 2021

আজিৰ ৰাশিফল : Horoscope in Assamese

Horoscope in Assamese

 

শুক্ৰবাৰ ,ইং ২৬ মাৰ্চ ২০২১।( Horoscope in Assamese )


মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব যদিও সময়ৰ নাটনি হব পাৰে লগতে আজি মনটো উদাৰ  হোৱাৰ যোগ দেখা যায়।

  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব ,যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট পাৱ পাৰে লগতে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত উন্নয়ন মূল্যক কামত আত্মনিয়োগ কৰাৰ সুযোগ লাভ কৰিব, কৰ্মত শুভ হব, যদিও মনত সামান্য ভয় ভাৱ বৃদ্ধি  যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, ব্যৱসায়িক দিশত উন্নতি হব যদিও মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য জুৱনত শুভ হব, কৰ্মত সফল হব যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি  পোৱাৰ যোগ দেখা যায়।


Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, ধন সন্মান প্ৰাপ্তি হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


Horoscope in Assamese


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  শিল্পী সকলৰ শুভ হব, ধন আগমন হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।



বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, কৰ্ম ব্যস্ততা বাঢ়িব, লগতে ৰোগাৰোগ্য  হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত মনত শান্তি বাঢ়িব, যদিও কৰ্মত সজাগ নহলে সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে, লগতে মনটো সামান্য আৱেগিক  হোৱাৰ যোগ দেখা যায়।



মকৰ

১০.  মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আলহীৰ আগমন হব, ধন সন্মান প্ৰাপ্তি হব যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হব, ব্যয় বৃদ্ধি হব, লগতে সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যশস্যা বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ   যোৱাৰ যোগ দেখা যায়। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope in Assamese )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages