এই শিতানত আপুনিও ছবি প্ৰকাশ কৰিব বিছাৰে নিকি ? Assamese Beauty - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 27, 2021

এই শিতানত আপুনিও ছবি প্ৰকাশ কৰিব বিছাৰে নিকি ? Assamese Beauty

  

Assamese Beauty

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে,SMJ24 ফেচবুক গ্ৰুপৰ জনপ্ৰিয় "আজিৰ আকৰ্ষণ" শিতানটো এতিয়া নতুন ৰূপত SMJ24 ৰ ৱেবচাইটত আৰম্ভ কৰা হৈছে( Assamese Beauty )। এই শিতানত এতিয়াৰে পৰা প্ৰকাশ পাব তিনি গৰাকীকৈ সুন্দৰীৰ ছবি।

(ক) মধুস্মিতা কুমাৰ



যিহেতু আপোনালোকৰ প্ৰিয় SMJ24 ফেচবুক পেজ আৰু গ্ৰুপত বিশ্বৰ এশখন দেশৰ দুই লাখতকৈও অধিক ফল'ৱাৰ থকাৰ ওপৰিও ৱেবচাইটত নিতৌ লক্ষ লক্ষ ভিওৱাৰছৰ আগমন ঘটে।সেয়ে ইয়াৰ যোগেদি অসমীয়া যুৱতী-মহিলা সকলক তেওঁলোকৰ সৌন্দৰ্য্য অসমী সাজ-পাৰ সমূহ বিশ্ববাসীৰ আগত উপস্থাপন কৰাৰ এ প্ৰয়াস কৰা হৈছে।

(খ)ডেইজী শৰ্মা বৰদলৈ
Assamese Beauty


এই শিতানত ছবি প্ৰকাশৰ ইচ্ছুক সকলে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত ছবি প্ৰকাশৰ বাবে আবেদন জনাব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


(আবেদনৰ নিয়মাৱালী সমূহ তলত উল্লেখ কৰা হৈছে)


(গ)গায়ত্ৰী বুঢ়াগোহায়
Assamese Beauty



SMJ24 ফেচবুক গ্ৰুপত পূৰ্বে প্ৰকাশ পোৱা তিনিগৰাকী সুন্দৰীৰ ছবি ইতিমধ্যে আপোনাকে প্ৰত্যক্ষ কৰিলে।

এতিয়া জানো আহক এই শিতানত ছবি প্ৰকাশৰ বাবে আবেদন জনোৱাৰ নিয়মাৱালী সমূহ -

১) আবেদনকাৰীয়ে আমাৰ পেজৰ ইনবক্সত নিজৰ এখন আকৰ্ষণীয় ছবি প্ৰেৰণ কৰাৰ লগতে "ছবি প্ৰকাশৰ বাবে আবেদন জনোৱা হল" বুলি লুখি এটা বাৰ্তা প্ৰেৰণ কৰিব লাগিব( Assamese Beauty )

২) যদি আবেদকাৰীৰ ফেচবুক একাউন্তত এই শিতানত প্ৰকাশ কৰিব পৰাকৈ উচ্চ মানদণ্ডৰ ছবি মজুত আছে।তেন্তে আমাৰ দ্বাৰা তেওঁৰ একাউণ্টৰ পৰা এখন আকৰ্ষণীয় ছবি সংগ্ৰহ কৰি নিশ্চয় এই শিতানত প্ৰকাশৰ বাবে নিৰ্বাচিত কৰা হব।

৪) পৰম্পৰাগত সাজ-পাৰ পৰিহিত ছবি সমূহকহে অগ্ৰাধিকাৰ দিয়া হব,সেয়ে আবেদকাৰীৰ একাউণ্টত তেনে ছবি থকাটো বাঞ্চনীয়।

৩) আবেদনকাৰীয়ে তেওঁৰ একাউণ্টত থকা সকলো ছবি Public কৰি ৰাখিলে ছবি সমূহ বাচি উলিওৱাত কৰাত আমাৰ সুবিধা হয়। 

৪) প্ৰফাইল ল'ক থকা সকলে আবেদন নজনাই যেন।

৫) তলৰ যিকোনো এটা লিংকত ক্লিক কৰিলে আমাৰ পেজ খোলা খাব আৰু সেই পেজৰ ইনবক্সত আবেদন জনাব পাৰিব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

 

No comments:

Post a Comment

Advertisement

Pages