এইটো শনিবাৰেই কৰক এই কেইটা সাধাৰণ নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 14, 2021

এইটো শনিবাৰেই কৰক এই কেইটা সাধাৰণ নিয়ম : Religious Studies

Religious Studies

শনিদেৱৰ প্ৰকোপ কোনো ব্যক্তিৰ ওপৰত পৰাৰ পিছত সেই প্ৰকোপ পৃথিৱীৰ কোনো শক্তিয়ে শান্ত কৰিব নোৱাৰে।Religious Studies )

শনিদেৱৰ আশীৰ্বাদ যিগৰাকী ব্যক্তিয়ে লাভ কৰে তেওঁ জীৱনত কেতিয়াও কোনো সমস্যাৰ সন্মূখিন হব লগাত নপৰে।

আজি আপোনালোকক এনেকোৱা এটা উপায় বা নিয়মৰ বিষয়ে অবগত কৰিবলৈ ওলাইছো, যিটো নিয়ম শনিবাৰে পালন কৰিলে আপুনি সকলো সমস্যাৰ পৰা মুক্তি পাব।

হিন্দু কেলেণ্ডাৰত শনিবাৰৰ দিনটোক এক বিশেষ স্থান দিয়া হৈছে,হিন্দু কেলেণ্ডাৰত শনিবাৰ বন্ধবাৰ হিচাপে মনা যায়।

শনিগ্ৰহৰ প্ৰকোপ যথেষ্ট প্ৰবল আৰু সেয়ে শনিবাৰে কোনো কাম আৰম্ভ কৰাটো শুভ বুলি মনা নাযায়।

বিশেষকৈ কোনো শুভকৰ্মই শনিবাৰৰ দিনটোত আৰম্ভ কৰা নহয়।


এতিয়া আমি আপোনালোকক জনাম যে শনিবাৰৰ দিনটোত কোনখিনি কৰ্ম কৰিব লাগে যাৰ দ্বাৰা নিকি আপুনি শনিদেৱৰ ক্ৰোধৰ সন্মূখিন নহয় আৰু তেখেতৰ প্ৰকোপৰ পৰা হাত সাৰি থাকিব পাৰে।

ইফালে যিসকল জাতক-জতিকাৰ ওপৰত শনিদেবৰ প্ৰভাব আছে তেখেত সকলে এই সমূহ মানি চলাটো খোবেই প্ৰয়োজন।

শনিবাৰৰ দিনটোত নিজৰ ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্নতা ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰুপ কৰক,কাৰন শনিদেবে অপৰিষ্কাৰ একেবাৰেই পচন্দ নকৰে।


শনিবাৰে শনিগ্ৰহৰ প্ৰকোপ বেছি,সেয়ে এই দিনটোত ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্নতা নিশ্চয় কৰক। আৰু ঘৰত জমা হৈ থকা অলাগতীয়াল বস্তু যাক কাবাড়ি বুলিও কোৱা হয় সেই সমূহ ঘৰৰ পৰা বাহিৰত দূৰ কৰক

মন কৰিব যাতে কোনো জাবৰ জোথৰ থাকি নাযায়।Religious Studies )

শনিবাৰৰ দিনটোত বিদ্যুতৰ লগত জড়িত কোনো কামত হাত নিদিব,যদিহে কোনো বিদ্যুৎ উপকৰন বেয়া হৈছে তেন্তে শনিবাৰে সেই উপকনো আপুনি মেৰামতি নকৰিব।


ইয়াৰ ওপৰি শনিবাৰে কোনো ধৰনৰ শুভকৰ্ম আৰম্ভ নকৰিব,শাস্ত্ৰত ইয়াক বৰ্জন কৰা হৈছে।


শনিবাৰে আমিষ ভোজন নকৰিব আৰু কোনো ধৰনৰ ৰাগীয়াল বস্তু সেৱন নকৰিব

অন্যৰ্থা শনিদেৱ ক্ৰোধিত হৈ পৰিব আৰু ভিষণ সমস্যাত পেলাব।

শনিবাৰৰ দিনটোত কোনো ভিখাৰীক অপশব্দ নকব, কোনো জ্যেষ্ঠ লোকক অপমান নকৰিব,কোনো মহিলাক কষ্ট নিদিব আৰু মিছা কথা নকব।

যিসকল ব্যক্তিয়ে এই নিয়ম সমূহ হৃদয়ঙ্গম কৰি নিজৰ জীৱনত মানি চলিব তেওঁলোকে কেতিয়াও কোনো কষ্টৰ অনুভবেই নকৰিব।

শনিদেবে সকলোৰে মংগল কৰক…জয় শ্ৰী শনিদেৱ

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

Religious Studies

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages